‘সমাগম দেখিলে, ভিৰৰে মাজলে নাজাও বুলিবা অ’– বিহুগীতেৰে ক’ৰোণাৰ বিৰুদ্ধে সজাগতা অসম পুলিচৰ

News18 Assam | News18-Assam
Updated:March 21, 2020, 6:42 PM IST
‘সমাগম দেখিলে, ভিৰৰে মাজলে নাজাও বুলিবা অ’– বিহুগীতেৰে ক’ৰোণাৰ বিৰুদ্ধে সজাগতা অসম পুলিচৰ
অসমত এতিয়া ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে।

অসমত এতিয়া ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে।

  • Share this:
অসমত এতিয়া ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে। প্ৰত়্যেকদিনাই ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে ল’বলগীয়া সজাগতা সম্পৰ্কত ৰাইজক অৱগত কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে।

তাৰ মাজতে এতিয়া অসম আৰক্ষীয়ে ব্যতিক্ৰমী ৰূপেৰে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতাৰ সন্দৰ্ভত নিৰ্মাণ কৰিছে এক বিশেষ ভিডিঅ’। বিহুসুৰীয়া গীতেৰে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যে অসম আৰক্ষীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

চাওক ভিডিঅ’
Published by: Himangshu Bhuyan
First published: March 21, 2020, 6:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading