মুখ্যপৃষ্ঠা »খবৰ »Corona »Covid19 SOP in Assam : নতুন কোভিড SOPক একাংশৰ বুঢ়াআঙুলি। সান্ধ্য আইনৰ মাজতো বজাৰত ভিৰ।

Covid19 SOP in Assam : নতুন কোভিড SOPক একাংশৰ বুঢ়াআঙুলি। সান্ধ্য আইনৰ মাজতো বজাৰত ভিৰ।

নুমলীগড়ৰএকাংশ লোকে নুমলীগড়, কানাইঘাট, দৈগ্ৰোঙৰ দৈনিক বজাৰত অযথা ভিৰ কৰা পৰিলক্ষিত হয়।

নুমলীগড়ৰএকাংশ লোকে নুমলীগড়, কানাইঘাট, দৈগ্ৰোঙৰ দৈনিক বজাৰত অযথা ভিৰ কৰা পৰিলক্ষিত হয়।

  • Share this:
নতুন কোভিড SOPলৈ বুঢ়া আঙুলি দেখুৱাই আইন উলংঘা কৰি বিপদ চপাই আনিছে  একাংশ দায়িত্বহীন, কাণ্ডজ্ঞানহীন কোভিডিয়তে।

ৰাজ্যত দিনক দিনে  বৃদ্ধি পোৱা কোভিড পৰিস্থিতিৰ ভয়াৱহতাৰ  প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা বলৱৎ কৰিছে যদিও তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই একাংশ লোকৰ ৷

নুমলীগড়ত একাংশই ওলাই আহি ভিৰ কৰে বজাৰত। নুমলীগড়ৰএকাংশ লোকে নুমলীগড়, কানাইঘাট, দৈগ্ৰোঙৰ দৈনিক বজাৰত অযথা ভিৰ কৰা পৰিলক্ষিত হয়। আৰক্ষীৰ নিৰ্দেশ-আহ্বানকো গুৰুত্ব নিদি অযথা ভিৰ কৰি নিজৰ লগতে পৰিয়ালৰ প্ৰতিও ভাবুকি কঢিয়াইছে এইসকলে ৷

শেহতীয়া বাতৰি