Breaking News: অসমত ৭মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন।

News18 Assam | News18-Assam
Updated:April 30, 2021, 10:13 PM IST
Breaking News: অসমত ৭মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন।
অসমত ৭মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন। দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

অসমত ৭মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন। দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

  • Share this:
অসমত ৭মে'লৈ বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন। অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন। সান্ধ্য আইনৰ সময়ছোৱাত অব্যাহত থাকিব জৰুৰীকালীন সেৱা। জৰুৰীকালীন পৰিচয় পত্ৰ থকাসকলে সান্ধ্য আইনৰ সময়ছোৱাত চলাচল কৰিব পাৰিব।
Published by: Kokil Sarma
First published: April 30, 2021, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি