বুধবাৰে ২২জন ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হয়। আজিৰ দিনটোত মুঠ ৫৫,৪৮০ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে ৩,০৪৫জন আক্ৰান্ত হোৱাত আক্ৰান্তৰ হাৰ হৈছে ৫.৪৯ শতাংশ।
বুধবাৰে ২২জন ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হয়। আজিৰ দিনটোত মুঠ ৫৫,৪৮০ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে ৩,০৪৫জন আক্ৰান্ত হোৱাত আক্ৰান্তৰ হাৰ হৈছে ৫.৪৯ শতাংশ।
ৰাজ্যত ক্ৰমাগতভাৱে তৃতীয় দিনলৈ ৩হাজাৰতকৈ অধিক লোক আক্ৰান্ত হ'ল ক'ৰোনা ভাইৰাছত। বুধবাৰে ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩,০৪৫ জন। ইয়াৰে ১২০৬জন কামৰূপ মহামনগৰ জিলাৰ।
বুধবাৰে ২২জন ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হয়। আজিৰ দিনটোত মুঠ ৫৫,৪৮০ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে ৩,০৪৫জন আক্ৰান্ত হোৱাত আক্ৰান্তৰ হাৰ হৈছে ৫.৪৯ শতাংশ। সম্প্ৰতি ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে ৯০.৭৭ শতাংশ। টুইটাৰযোগে এই কথা সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|