• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19: ৰাজ্যত পুনৰাই বাঢ়িছে ক'ভিডত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৭৩ জনৰ ৫৭ জনেই কামৰূপ মহানগৰ জিলাৰ ...

Covid-19: ৰাজ্যত পুনৰাই বাঢ়িছে ক'ভিডত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৭৩ জনৰ ৫৭ জনেই কামৰূপ মহানগৰ জিলাৰ ...

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। বুধবাৰে ৰাজ্যখনৰ ৭৩ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।

  • Share this:

বিগত ২৪ ঘণ্টাত ৯৫৪ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৬৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ৩৯৫। আজি আক্ৰান্তসকলৰ ৯জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে গোৱালপাৰা জিলাৰ দুজন, হোজাই, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু কাছাৰ জিলাৰ এজনকৈ লোক আক্ৰান্ত হয়।
Published by:Kokil Sarma
First published: