মুখ্যপৃষ্ঠা »খবৰ »Corona »Covid 19 Assam : কাৰাগাৰত কোৰোণাৰ আতংক। ৰাজ্যৰ এখন কাৰাগাৰত একেলগে ৩৬ কয়দী আক্ৰান্ত কোৰোণাত।

Covid 19 Assam : কাৰাগাৰত কোৰোণাৰ আতংক। ৰাজ্যৰ এখন কাৰাগাৰত একেলগে ৩৬ কয়দী আক্ৰান্ত কোৰোণাত।

অভয়াপুৰী জিলা কাৰাগাৰত একেলগে ৩৬ জন কয়দী  আক্ৰান্ত হৈছে কোৰোণাত ৷ কাৰাগাৰৰ ভিতৰতে চিকিৎসাৰ ব্যৱস্থা।

  • Share this:

এইবাৰ কাৰাগাৰত আতংকৰ সৃষ্টি কৰিছে কোৰোণাৰ সংক্ৰমণে। কোৰোণাৰ হটস্পটত পৰিণত হৈছে অভয়াপুৰী জিলা কাৰাগাৰ৷ কাৰাগাৰৰ ৩৬ জন কয়দী  আক্ৰান্ত হৈছে ক’ৰোণাত ৷

এই পৰিস্থিতিৰ বাবে কয়দীসকলৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে সুকীয়াকৈ ৰখা হৈছে কোভিড-১৯ত আক্ৰান্ত কয়দীসকলক ৷

ক’ৰ পৰা কেনেকৈ কয়দীসকলৰ দেহত কোৰো’ণা সংক্ৰমণ হ’ল তাকে লৈ  ৰহস্যৰ সৃস্টি হৈছে ৷ আক্ৰান্ত সকলো কয়দীৰ কাৰাগাৰৰ ভিতৰতে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব দিছে কাৰাগাৰ কতৃপক্ষই  ৷

শেহতীয়া বাতৰি