মুখ্যপৃষ্ঠা »খবৰ »Corona »Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫ সহস্ৰাধিক লোক Covid-19ত আক্ৰান্ত , ৪৭জনৰ মৃত্যু

Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫ সহস্ৰাধিক লোক Covid-19ত আক্ৰান্ত , ৪৭জনৰ মৃত্যু

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক। বিপৰীতে ৪৭ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক। বিপৰীতে ৪৭ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক। বিপৰীতে ৪৭ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়।

  • Share this:
ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি হ'বলৈ লৈছে। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক। বিপৰীতে ৪৭ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়।

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১৫৫১দজন লোক ক'ৰোনাত আক্ৰান্ত হয়। শুকুৰবাৰে মুঠ ৬৮,৩১৮জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৮.২৪ শতাংশ। সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৬.৯১ শতাংশ।

শেহতীয়া বাতৰি