অসমত ক্ৰমাগত চতুৰ্থ দিনা ৩হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক'ৰোনা মহামাৰীত। বৃহস্পতিবাৰে মুঠ ৬৭,২৭৮ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,০৭৯জনৰ ৰিজাল্ট পজিটিভ আহে।

অন্তিম ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ হৈছে ৪.৫৮ শতাংশ। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,০২৯জন লোক আক্ৰান্ত হয়। ডিব্ৰুগড় জিলাত ২৩৮জন, কামৰূপ গ্ৰাম্য জিলাত ২৩৪জন আৰু নগাঁও জিলাত ১৫৬জন লোক আক্ৰান্ত হয়। বৃহস্পতিবাৰে আক্ৰান্ত লোকৰ ভিতৰত ২৬জনৰ মৃত্যু হয় আৰু ইয়াৰে ১৫জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|