Covid-19 in Assam: ২৪ ঘণ্টাত ২৬ জনৰ মৃত্যু, ৩,০৭৯জন Covid-19ত আক্ৰান্ত। গুৱাহাটী মহানগৰীত আক্ৰান্ত ১,০২৯জন, ১৫জনৰ মৃত্যু।

News18 Assam | News18-Assam
Updated:April 30, 2021, 8:05 AM IST
Covid-19 in Assam: ২৪ ঘণ্টাত ২৬ জনৰ মৃত্যু, ৩,০৭৯জন Covid-19ত আক্ৰান্ত। গুৱাহাটী মহানগৰীত আক্ৰান্ত ১,০২৯জন, ১৫জনৰ মৃত্যু।
অসমত ক্ৰমাগত চতুৰ্থ দিনা ৩হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক'ৰোনা মহামাৰীত। বৃহস্পতিবাৰে মুঠ ৬৭,২৭৮ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,০৭৯জনৰ ৰিজাল্ট পজিটিভ আহে।

  • Share this:

অন্তিম ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ হৈছে ৪.৫৮ শতাংশ। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,০২৯জন লোক আক্ৰান্ত হয়। ডিব্ৰুগড় জিলাত ২৩৮জন, কামৰূপ গ্ৰাম্য জিলাত ২৩৪জন আৰু নগাঁও জিলাত ১৫৬জন লোক আক্ৰান্ত হয়। বৃহস্পতিবাৰে আক্ৰান্ত লোকৰ ভিতৰত ২৬জনৰ মৃত্যু হয় আৰু ইয়াৰে ১৫জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
Published by: Kokil Sarma
First published: April 30, 2021, 7:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি