কোৰোণাৰ আতংক : অসমৰ সকলো চাহ বাগিচাত ৪৮ ঘণ্টীয়া বন্ধ

News18 Assam | News18-Assam
Updated:March 23, 2020, 9:59 AM IST
কোৰোণাৰ আতংক : অসমৰ সকলো চাহ বাগিচাত ৪৮ ঘণ্টীয়া বন্ধ
Photo : Sentinel Assam

২৩ মাৰ্চৰ পৰা ৪৮ ঘণ্টা বন্ধ থাকিব অসমৰ সকলো চাহ বাগিচা।

  • Share this:
অসমৰ সকলো চাহ বাগিচা ৪৮ ঘণ্টীৰ বাবে বন্ধ ঘোষণা কৰিলে আটছাই। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে। ২৩ মাৰ্চৰ পৰা ৪৮ ঘণ্টা বন্ধ থাকিব অসমৰ সকলো চাহ বাগিচা। এই কথা জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক সুনীল তিৰ্কীয়ে।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। ভাৰতত এইপৰ্যন্ত ৭ লোকৰ মৃত্যু হৈছে এই মাৰাত্মক ভাইৰাছত। দেশৰ ১৩খন ৰাজ্য আৰু ৮০খন জিলা লকডাউন ঘোষণা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading