দিল্লীত কোৰোণা ভাইৰাছৰ বাবে ৩১ মাৰ্চলৈ বন্ধ স্কুল–কলেজ, ছবিগৃহ

News18 Assam | News18-Assam
Updated:March 12, 2020, 6:19 PM IST
দিল্লীত কোৰোণা ভাইৰাছৰ বাবে ৩১ মাৰ্চলৈ বন্ধ স্কুল–কলেজ, ছবিগৃহ
যিসমূহ স্কুল আৰু কলেজত পৰীক্ষা চলি থকা নাই সেইসমূহ বন্ধ ঘোষণা কৰা হৈছে।

যিসমূহ স্কুল আৰু কলেজত পৰীক্ষা চলি থকা নাই সেইসমূহ বন্ধ ঘোষণা কৰা হৈছে।

  • Share this:
কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত এই বন্ধ ঘোষণা কৰা হৈছে সকলো স্কুল–কলেজৰ লগতে ছবিগৃহ। ৩১ মাৰ্চলৈ স্কুল–কলেজ আৰু ছবিগৃহ বন্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। যিসমূহ স্কুল আৰু কলেজত পৰীক্ষা চলি থকা নাই সেইসমূহ বন্ধ ঘোষণা কৰা হৈছে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সম্পূৰ্ণ সষ্টম হৈছে দিল্লী চৰকাৰ। হাস্পতালসমূহত গ্ৰহণ কৰা হৈছে ব্যৱস্থা। এতিয়ালৈ জনসাধাৰণে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
Published by: Sanjay Kumar Das
First published: March 12, 2020, 6:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading