ক’ৰোণা ভাইৰাছঃউচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষৰ পৰীক্ষা স্থগিত 

News18 Assam | News18-Assam
Updated:March 20, 2020, 3:22 PM IST
ক’ৰোণা ভাইৰাছঃউচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষৰ পৰীক্ষা স্থগিত 
Source-Google

ক'ৰোণা সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমকিৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

  • Share this:
ক'ৰোণা সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমকিৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত পৰীক্ষা পিছুৱাৰ কথা ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা সংসদে। পূৰ্বে  ২৫ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল শিক্ষা সংসদে।

৩১ মাৰ্চৰ পিছতহে শিক্ষা সংসদে প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰিব বুলি জনায়।।ইয়াৰ পূৰ্বে ক’ৰোণা ভাইৰাছৰ আতংকৰ বাবে চি বি এছ চিৰ পৰীক্ষা সমূহ বাতিল কৰা হৈছিল।
First published: March 20, 2020, 3:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading