Covid 19 india: কোৰোণাক কেনেকৈ পৰাভূত কৰিলে বিকি কৌশলে? ছচিয়েল মিডিয়াত ফটো ছেয়াৰ কৰি কি ক’লে অভিনেতাগৰাকীয়ে?
ইনষ্টাগ্ৰামত কোৰোণা নিগেটিভ হোৱাৰ খবৰ ছেয়াৰ কৰিলে বিকি কৌশলে। বিকি কৌশলৰ পোষ্টটো ছেয়াৰ কৰি অনুৰাগীয়ে প্ৰকাশ কৰিছে আনন্দ।
ইনষ্টাগ্ৰামত কোৰোণা নিগেটিভ হোৱাৰ খবৰ ছেয়াৰ কৰিলে বিকি কৌশলে। বিকি কৌশলৰ পোষ্টটো ছেয়াৰ কৰি অনুৰাগীয়ে প্ৰকাশ কৰিছে আনন্দ।
- News18 Assam
- Last Updated: April 16, 2021, 8:08 PM IST
ইনষ্টাগ্ৰামত নিজৰ এখন হাঁহিমুখীয়া সুন্দৰ ফটো সৈতে কোৰোণা নিগেটিভ হোৱাৰ খবৰ ছেয়াৰ কৰিলে বিকি কৌশলে। পোষ্টটোৰ সৈতে স্মাইলী সংযোগ কৰি নিজৰ আনন্দও প্ৰকাশ কৰে।
অভিনেতাগৰাকীৰ আৰোগ্যৰ খবৰে অনুৰাগীসকলক নথৈ আনন্দিত কৰিছে। বিকি কৌশলৰ পোষ্টটো ছেয়াৰ কৰি সকলোৱে প্ৰকাশ কৰিছে আনন্দ আৰু অভিনতাগৰাকীক জনাইছে অভিনন্দন।
বিকি কৌশল পজিটিভ হোৱাৰ পিছদিনাই কোৰোণা পজিটিভ হৈছিল কেটৰীণা কাইফ। এই কথাটো বনজুইৰ দৰে বিয়পি পৰে আৰু দেশজুৰি চৰ্চিত হয়। কাৰণ খবৰ মতে শেহতীয়াকৈ বিকি কৌশল আৰু কেটৰীণাৰ মাজত ডেটিং চলি আছে।












