ভাৰতত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬১লৈ বৃদ্ধি, চৰকাৰে বাতিল কৰিলে ফ্ৰান্স, জাৰ্মানী. স্পেইনৰ নাগৰিকৰ ভিছা

News18 Assam | News18-Assam
Updated:March 11, 2020, 11:09 AM IST
ভাৰতত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬১লৈ বৃদ্ধি, চৰকাৰে বাতিল কৰিলে ফ্ৰান্স, জাৰ্মানী. স্পেইনৰ নাগৰিকৰ ভিছা
ভাৰততো এতিয়া ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ ৰূপ। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

ভাৰততো এতিয়া ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ ৰূপ। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ এতিয়া বিশ্বৰ প্ৰায় ৯২ খন দেশলৈকে বিয়পি পৰিছে। ভাৰততো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ভাৰতৰ মুঠ ৬১ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

মঙলবাৰে কেৰালাত ৮ জন, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত তিনিজনকৈ লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰোণা ভাইৰাছ। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি মঙলবাৰে ভাৰত চৰকাৰে ফ্ৰান্স, জাৰ্মানী আৰু স্পেইনৰ নাগৰিকক ভাৰতৰ প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা আৰূপ কৰিছে।
Published by: Himangshu Bhuyan
First published: March 11, 2020, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading