কোৰোণা আতংকঃয়োহানৰ পৰা বিশেষ বিমানৰে লৈ অহা হ’ব ৪০০ ভাৰতীয় নাগৰিকক 

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:04 PM IST
কোৰোণা আতংকঃয়োহানৰ পৰা বিশেষ বিমানৰে লৈ অহা হ’ব ৪০০ ভাৰতীয় নাগৰিকক 
৪০০ জনেই চীনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল ।

৪০০ জনেই চীনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল ।

  • Share this:
কোৰোণা মহামাৰীৰ মাজত চীনত আৱদ্ধ হৈ পৰা ৪০০ভাৰতীয় নাগৰিকক স্বদেশলৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছে। এই ৪০০ জনেই চীনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ। ইতিমধ্যে ভাৰতীয় সেনাই দিল্লীৰ সমীপৰ মানেচৰত অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰি উলিয়াইছে । চিকিৎসালয় সমূহত quarantine facility ও নিৰ্মাণ কৰা হৈছে । শিক্ষাৰ্থীসকলক বিমানবন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হব এই চিকিৎসা কেন্দ্ৰ সমূহলৈ । দুই সপ্তাহৰ কাৰণে পৰ্যবেক্ষণত ৰখা হব শিক্ষাৰ্থী সকলক ।

আনহাতে Indo Tibetan Border Police পশ্চিম দিল্লীত ৬০০ বিচনা যুক্ত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰি উলিয়াইছে ।
First published: January 31, 2020, 6:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading