UGCৰ এই নতুন Two Degree Programmeৰ অধীনত শিক্ষাৰ্থীয়ে কেৱল দুটা শাখা বা দুয়া পাঠ্যক্ৰম সংযুক্ত কৰিব পৰাই নহয়, একে সময়তে দুখন ভিন ভিন কলেজত বা শিক্ষানুষ্ঠানত নামভৰ্তিও কৰিব পাৰিব।
UGCৰ এই নতুন Two Degree Programmeৰ অধীনত শিক্ষাৰ্থীয়ে কেৱল দুটা শাখা বা দুয়া পাঠ্যক্ৰম সংযুক্ত কৰিব পৰাই নহয়, একে সময়তে দুখন ভিন ভিন কলেজত বা শিক্ষানুষ্ঠানত নামভৰ্তিও কৰিব পাৰিব।
UGCৰ এই নতুন Two Degree Programmeৰ অধীনত শিক্ষাৰ্থীয়ে কেৱল দুটা শাখা বা দুয়া পাঠ্যক্ৰম সংযুক্ত কৰিব পৰাই নহয়, একে সময়তে দুখন ভিন ভিন কলেজত বা শিক্ষানুষ্ঠানত নামভৰ্তিও কৰিব পাৰিব। দ্বিতীয় বা তৃতীয় বৰ্ষতো অধ্যয়ন কৰি থকা কোনো শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে আন এটা পাঠ্যক্ৰমত প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি কৰিব পাৰিব। এই ক্ষেত্ৰত শিক্ষাৰ্থীজনে বৰ্তমান কি শাখা, কোন বৰ্ষ অথবা কোন কলেজত পঢ়ি আছে সেই কথাই কোনো অসুবিধাৰ সৃষ্টি নকৰে। নতুন শিক্ষা নীতিৰ অধীনত কৰা হৈছে এই নিয়ম।