உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • UGC Two Degree Programme: এতিয়াৰ পৰা একেলগে দুটা ডিগ্ৰী পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে, UGCয়ে দিলে অনুমতি, দুখন বেলেগ কলেজত ল'ব পাৰিব এডমিছন

    UGC Two Degree Programme: এতিয়াৰ পৰা একেলগে দুটা ডিগ্ৰী পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে, UGCয়ে দিলে অনুমতি, দুখন বেলেগ কলেজত ল'ব পাৰিব এডমিছন

    UGCৰ এই নতুন Two Degree Programmeৰ অধীনত শিক্ষাৰ্থীয়ে কেৱল দুটা শাখা বা দুয়া পাঠ্যক্ৰম সংযুক্ত কৰিব পৰাই নহয়, একে সময়তে দুখন ভিন ভিন কলেজত বা শিক্ষানুষ্ঠানত নামভৰ্তিও কৰিব পাৰিব।

    • Share this:
    আগন্তুক শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে একেলগে দুটা ডিগ্ৰী অধ্যয়ন কৰিব পাৰিব। কেৱন নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীয়েই নহয়, ইতিমধ্যে নামভৰ্তি কৰা শিক্ষাৰ্থীয়েও অহা বছৰৰ পৰা একেলগে দুটা ডিগ্ৰীৰ অধ্যয়ন কৰিব পাৰিব।

    UGCৰ এই নতুন Two Degree Programmeৰ অধীনত শিক্ষাৰ্থীয়ে কেৱল দুটা শাখা বা দুয়া পাঠ্যক্ৰম সংযুক্ত কৰিব পৰাই নহয়, একে সময়তে দুখন ভিন ভিন কলেজত বা শিক্ষানুষ্ঠানত নামভৰ্তিও কৰিব পাৰিব।

    দ্বিতীয় বা তৃতীয় বৰ্ষতো অধ্যয়ন কৰি থকা কোনো শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে আন এটা পাঠ্যক্ৰমত প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি কৰিব পাৰিব। এই ক্ষেত্ৰত শিক্ষাৰ্থীজনে বৰ্তমান কি শাখা, কোন বৰ্ষ অথবা কোন কলেজত পঢ়ি আছে সেই কথাই কোনো অসুবিধাৰ সৃষ্টি নকৰে। নতুন শিক্ষা নীতিৰ অধীনত কৰা হৈছে এই নিয়ম।
    Published by:Manjumoni Borah
    First published: