ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি স্পেচিয়েলিষ্ট অফিচাৰ পদত নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে SBIৰ ৱেবছাইঠ
sbi.co.inলৈ গৈ চাব পাৰে।
আবেদনৰ তাৰিখ :প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২৭ এপ্ৰিলৰ পৰা। আবেদনৰ শেষ দিন ১৭ মে’ ২০২২। অনলাইন আবেদন কৰিব লাগিব। প্ৰতিষ্ঠানৰ ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক অৱগত কৰোৱা হ’ব।
খালী পদৰ সংখ্যা :প্ৰতিষ্ঠানৰ ফালৰ পৰা মুঠ ৩৫টা খালী পদত নিয়োগ কৰা হ’ব বুলি জনোৱা হৈছে।
খালী পদৰ বিৱৰণ :স্পেচিয়েলিষ্ট অফিচাৰ : নিয়মিত – ৭
স্পেচিয়েলিষ্ট অফিচাৰ (চুক্তিভিত্তিক) – ২৯
আবেদন মাচুল :সাধাৰণ, অ’বিচি, আৰু ইডব্লিউএছ প্ৰাৰ্থীৰ বাবে ৭৫০ টকা।
SC, ST, PWD প্ৰাৰ্থীৰ বাবে কোনো মাচুল নালাগে।
আবেদন পদ্ধতি :এছবিআইৰ বেৱছাইট
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 08, 2022, 15:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।