প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব।
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব।
সম্প্ৰতি Southern Railwayৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি স্প’ৰ্টছ কোটাৰ বিভিন্ন পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰিব। এই বিষয়ে আৰু বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে Southern Railwayৰ অফিচিয়েল ৱেবছাইট rrcmas.inলৈ গৈ চাব পাৰিব।
আবেনৰ তাৰিখ :
প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব। অফিচিয়েল ৱেবছাইটত আবেদনপত্ৰ উপলব্ধ হ’ব। এই সংক্ৰান্তীয় নিয়মীয়া কোনো সালসলনি অনা হ’লে সেয়া জাননিযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব।
খালী পদৰ সংখ্যা :
প্ৰতিষ্ঠানৰ ফালৰ পৰা এতিয়ালৈ মুঠ ২১টা খালী পদ আছে বুলি জনোৱা হৈছে।
সম্পূৰ্ণ তথ্য :
প্ৰতিষ্ঠান |
Southern Railway |
পদৰ নাম |
স্প’ৰ্টছ কোটাৰ বিভিন্ন পদ |
খালী পদৰ সংখ্যা |
২১ |
কৰ্মৰ স্থান |
জনোৱা হোৱা নাই |
কামৰ ধৰণ |
চৰকাৰী |
নিৰ্বাচন পদ্ধতি |
জনোৱা হোৱা নাই |
আবেদন প্ৰক্ৰিয়া আৰম্ভ |
চলি আছে |
শিক্ষাগত অৰ্হতা |
জনোৱা হোৱা নাই |
দৰমহা |
জনোৱা হোৱা নাই |
আবেদন পদ্ধতি |
অনলাইন আৰু অফলাইন |
আবেদনৰ শেষ দিন |
৩০–১১–২০২১ |
আবেদনৰ যোগ্যগা :
উল্লেখিত পদত আবেদনৰ বাবে আবেদনৰ যোগ্যতা, বেতনক্ৰম আদিৰ বিষয়ে জানিবলৈ এই লিংকত
https://rrcmas.in/downloads/rrc-sports-en-web.pdf গৈ চাব পাৰিব।
বয়সৰ সীমা :
উল্লেখিত পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স সৰ্বোচ্চ ২৫ বছৰ আৰু সৰ্বনিম্ন ১৮ বছৰৰ ভিতৰত হ’ব লাগিব।
আবেদন মাচুল :
জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীসকলৰ বাবে ৫০০ টকা আবেদন মাচুল ধাৰ্য কৰা হৈছে। আনফালে, এছটি, এছচি, পাহাৰীয়া, প্ৰাক্তন চাকৰিজীৱী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ, সংখ্যালঘু বৰ্গৰ প্ৰাৰ্থী আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধীসকলৰ আবেদন মাচুল ২৫০ টকা।
ক’ত আবেদন কৰিব লাগিব?
ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰ পূৰণৰ সময়ত প্ৰতিষ্ঠানৰ ঠিকনাত সকলো নথি–পত্ৰ আৰু প্ৰয়োজনীয় চাৰ্টিফিকেটসহ আবেদন প্ৰেৰণ কৰিব পাৰে। আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা – ‘Assistant Personnel Officer, Railway Recruitment Cell, Southern Railway 3rd Floor, No 5 Dr.P.V.Cherian Crescent Road, Egmore, Chennai – 600 008’।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|