உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • Sarkari Naukri 2021: দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ, ভাৰতীয় ৰে'ল বিভাগত ৪ হাজাৰ পদ খালী, কৰক আবেদন

    Sarkari Naukri 2021: দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ, ভাৰতীয় ৰে'ল বিভাগত ৪ হাজাৰ পদ খালী, কৰক আবেদন

    Source-Google

    Source-Google

    এই পদসমূহৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। www.scr.indianrailways.gov.in জৰিয়তে আৱেদন কৰিব পাৰিব।

    • Share this:
    Sarkari Naukri 2021: দক্ষিণ মধ্য ৰে'লৱেত এপ্ৰেণ্টিচ (Railway Apprentice Recruitment 2021) পদৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে। এই পদসমূহৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। www.scr.indianrailways.gov.in জৰিয়তে আৱেদন কৰিব পাৰিব। আবেদন ৩ নৱেম্বৰ ২০২১ পৰ্যন্ত আবেদন কৰিব পাৰিব।

    Railway Apprentice Recruitment 2021:

    জাৰি কৰা নটিফিকেশ্যন অনুসৰি মুঠ ৪১০৩ টা পদ খালী হৈছে।

    • এচি মেকানিকঃ ২৫০ টা পদ।

    • কাৰ্পেণ্টাৰঃ ১৮টা পদ।

    • ডিজেল মেকানিকঃ ৫১৩টা পদ।

    • ইলেক্ট্ৰনিক মেকানিকঃ ৯২টা পদ।

    • ইলেক্ট্ৰিচিয়ানঃ ১০১৯টা পদ।

    • ফিটাৰঃ ১৪৬০টা পদ।

    • মচিনিষ্ট পদ- ৭১টা পদ।

    • এমএমটিডাব্লিউ- ৫টা পদ।

    • ৱেল্ডৰঃ ৫৫৩টা পদ।

    • পেণ্টৰঃ ৮০টা পদ।


    Railway Apprentice Recruitment 2021:

    • শিক্ষাগত অৰ্হতাঃ
      এই পদসমূহ আবেদনৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। লগতে ট্ৰেডৰ মান্যতা প্ৰাপ্ত সংস্থাৰ পৰা আইটিআইৰ ডিপ্লমা থাকিব লাগিব।


    বয়সৰ সীমাঃ
    আৱেদনৰ বয়স ১৫ৰ পৰা ২৪ বছৰৰ বয়স হব লাগিব।

    চিলেকশ্যন প্ৰক্ৰিয়াঃ
    এই পদৰ বাবে চিলেকশ্যন প্ৰক্ৰিয়া শিক্ষাগত যোগ্যতাৰ অধীনত তৈয়াৰ কৰা মেৰীট লিষ্ট অনুসৰি হ'ব।

    আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে- ৪ অক্টোবৰ ২০২১ৰ পৰা। শেষ হ'ব ৩ নৱেম্বৰ ২০২১ চনত।
    Published by:Himangshu Bhuyan
    First published: