• Home
  • »
  • News
  • »
  • career
  • »
  • Delhi School Reopening: দীপাৱলীৰ পিছত খুলিব দিল্লীৰ নাৰ্ছাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়...

Delhi School Reopening: দীপাৱলীৰ পিছত খুলিব দিল্লীৰ নাৰ্ছাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়...

Delhi School Reopening: দেশৰ ৰাজধানী দিল্লীত নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় (Delhi School Reopening) দেৱালীৰ পিছত হে স্কুল খুলিব। কিন্তু এই সময়ছোৱাত ক'ৰোনা প্ৰটোকল (Corona Protocol)ৰ যত্ন ল'ব লাগিব।

  • Share this:
দেশৰ ৰাজধানী দিল্লীত নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় (Delhi School Reopening) খুলিবলৈ গৈ আছে। অৱশ্যে দেৱালীৰ পিছত হে স্কুল খুলিব। দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুধবাৰে অনুষ্ঠিত বৈঠকত স্বীকাৰ কৰিছে যে চহৰখনৰ কোভিডৰ পৰিস্থিতি ভাল আৰু নাৰ্চাৰীৰ পৰা ৮ ম লৈকে বিদ্যালয়সমূহ পৰ্যায়ক্ৰমে খুলিব পাৰি, কিন্তু এই সময়ছোৱাত ক'ৰোনা প্ৰটোকল (Corona Protocol)ৰ যত্ন ল'ব লাগিব।

DDMAএ ১ ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ক দিল্লীত শ্ৰেণী আৰম্ভ কৰিবলৈ অনুমতি দিছিল বুলি উল্লেখ কৰিঠে। যদিও নাৰ্চাৰীৰ পৰা ৮ম শ্ৰেণীলৈকে বিদ্যালয়ৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল। আনহাতে, DDMAএ বুধবাৰে ঘোষণা কৰে যে ১ নৱেম্বৰৰ পৰা দিল্লীত নাৰ্চাৰীৰ পৰা ৮ ম লৈ পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ মাজতে, ক'ৰোনা প্ৰটোকল অনুসৰণ কৰাটো প্ৰয়োজনীয় হ'ব।
Published by:Kokil Sarma
First published: