হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লপিছতে এতিয়া ৰাজ্যত নামভৰ্তিৰ জোৱাৰ উঠিছে। এই সময়তে কোনো কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ল'ব নোৱাৰিব কোনো মাছুল। শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ।
প্ৰাদেশীকৃত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় বা তেনে প্ৰতিষ্ঠানত অনলাইন এডমিছনৰ (Online Admission) বাবদ ল'ব নোৱাৰিব কোনোধৰণৰ মাছুল।
মহাবিদ্যালয় সমূহৰ অধ্যক্ষলৈ এই জৰুৰী নিৰ্দেশ শিক্ষা বিভাগৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|