• Home
  • »
  • News
  • »
  • career
  • »
  • Bank Jobs 2021: বেংকত মেনেজাৰসহ বিভিন্ন খালী পদ, আজিয়ে কৰক আবেদন

Bank Jobs 2021: বেংকত মেনেজাৰসহ বিভিন্ন খালী পদ, আজিয়ে কৰক আবেদন

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব।

  • Share this:


সম্প্ৰতি নেচনেল হাউছিং বেংকৰ (National Housing Bank) ফালৰ পৰা এখ বিজ্ঞপ্তি জাৰি কৰি মেনেজাৰ আৰু অন্যান্য পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে (Bank Jobs 2021)। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰে।

NHB Officer Recruitment 2021: আবেদনৰ তাৰিখ

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে ৩০ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব। অনলাইনত আবেদন পত্ৰ জমা দিব লাগিব। এই সম্পৰ্কীয় কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক অৱগত কৰোৱা হ’ব। বিস্তাৰিত জাননী পাব এই লিংকত –

https://nhb.org.in/wp-content/uploads/2021/11/Recruitment_Advertisement_NHB_2021_Eng.pdf

NHB Officer Recruitment 2021: খালী পদৰ সংখ্যা

প্ৰতিষ্ঠানৰ পৰা জনোৱা অনুসৰি মুঠ খালী পদৰ সংখ্যা ১৭টা।

NHB Officer Recruitment 2021: খালী পদৰ বিস্তাৰিত বিৱৰণ

এছিষ্টেণ্ট মেনেজাৰ : ১৪টা পদ

ডেপুটি মেনেজাৰ : দুটা পদ

ৰিজিঅ’নেল মেনেজাৰ : এটা পদ

NHB Officer Recruitment 2021: গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন আৰম্ভৰ তাৰিখ : ০১.১২.২০২১

আবেদন পত্ৰ জমা দিয়াৰ তাৰিখ : ৩০.১২.২০২১

কল লেটাৰ প্ৰদান কৰা হ’ব পৰীক্ষাৰ ১০ দিন আগত।

স্কেল–১ আৰু ২ৰ অনলাইন পৰীক্ষা জানুৱাৰী বা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য :
প্ৰতিষ্ঠান নেচনেল হাউছিং বেংক (National Housing Bank)
পদৰ নাম মেনেজাৰ আৰু অন্যান্য
খালী পদৰ সংখ্যা ১৭
কামৰ স্থান জনোৱা হোৱা নাই
কামৰ ধৰণ জনোৱা হোৱা নাই
নিৰ্বাচন পদ্ধতি  JMGS-I (AM) আৰু MMGS-II (DM) পদৰ বাবে অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰ, SMGS-IV (RM) পদৰ বাবে শ্বৰ্টলিষ্ট আৰু সাক্ষাৎকাৰ
আবেদন প্ৰক্ৰিয়া আৰম্ভ ০১.১২.২০২১
শিক্ষাগত অৰ্হতা জনোৱা হোৱা নাই
বেতন  জনোৱা হোৱা নাই
আবেদন পদ্ধতি অনলাইন

আবেদনৰ শেষ দিন : ৩০.১২.২০২১

NHB Officer Recruitment 2021: আবেদনৰ যোগ্যতা

আবেদনৰ যোগ্যতা আৰু অন্যান্য বিষয়ে জানিবলৈ প্ৰাৰ্থীসকলে এই লিংক ব্যৱহাৰ কৰিব পাৰে – https://nhb.org.in/wp-content/uploads/2021/11/Recruitment_Advertisement_NHB_2021_Eng.pdf

NHB Officer Recruitment 2021: বয়সৰ সীমা

এছিষ্টেণ্ট মেনেজাৰ : ২১ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

ডেপুটি মেনেজাৰ : ২২ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব।

ৰিজিঅ’নেল মেনেজাৰ : ৩০ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব।

NHB Officer Recruitment 2021: নিৰ্বাচন পদ্ধতি

JMGS-I (AM) আৰু MMGS-II (DM) পদৰ বাবে অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰ লোৱা হ’ব। SMGS-IV (RM) পদৰ বাবে শ্বৰ্টলিষ্ট আৰু সাক্ষাৎকাৰৰ মাধ্যমেৰে বাচনি কৰা হ’ব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

Published by:Sanjay Kumar Das
First published: