দেশৰ বহুতো ৰাজ্য আৰু চহৰত জনপ্ৰিয় বাউন্সে (ৰেণ্টেল বাইক সেৱা) পৰিবহণৰ দিশত বহু লোককে সুবিধা প্ৰদান কৰিছে। এই সেৱা কম সময়ৰ ভিতৰতে সকলো ঠাইতে জনপ্ৰিয় হৈ পৰিছে। গ্ৰাহকৰ পৰা অনন্য সঁহাৰি লাভ কৰা কোম্পানীটোৱে এতিয়া চাকৰিৰ অপেক্ষাত থকাসকলৰ বাবেও ভাল খবৰ আনিছে। দেশৰ এখন জনপ্ৰিয় প্ৰতিষ্ঠানত পৰিণত হোৱা বাউন্সে এতিয়া বিভিন্ন পদত নিয়োগৰ সুযোগ প্ৰদান কৰিছে। মোটা দৰমহা প্ৰদান কৰা ব্যক্তিগত সেৱাত চাকৰি বিচাৰি থকা বহুতো প্ৰাৰ্থীৰ বাবে এইটো এটা ভাল সুযোগ আৰু আগ্ৰহী আৰু উপযুক্ত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : প্লাণ্ট অপাৰেচন
স্থান: গুৰগাঁও
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা : যিকোনো স্নাতক ডিগ্ৰীধাৰী
দক্ষতা :
• বিক্ৰেতাসকলৰ সৈতে সম্পৰ্ক গঢ়াৰ সামৰ্থ্য থাকিব লাগে
• মীমাংসা আৰু বিবাদ নিৰীক্ষণৰ অভিজ্ঞতা
• গুণগত মান নিয়ন্ত্ৰণ আৰু অপাৰেচন এনালাইছিছৰ সামৰ্থ্য
• বিত্তীয় পৰিচালনা আৰু তথ্য পৰিচালনা কৰিব পাৰিব লাগিব।
আবেদনৰ বাবে ইমেইল : careers@bounceshare.com
বিশেষ নিৰ্দেশনা
প্ৰাৰ্থীসকলে কোম্পানী আৰু পদৰ দায়িত্বৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হ'ব লাগে।
আবেদন কৰোঁতে বায়'ডাটাত সঠিক ইমেইল আইডি আৰু ম'বাইল নম্বৰ, পৰিচয় পত্ৰ, বয়স, শিক্ষাগত অৰ্হতা, যিকোনো অভিজ্ঞতা সংলগ্ন কৰক।
সকলো তথ্য সম্পূৰ্ণ কৰাৰ পিছত প্ৰদান কৰা বিৱৰণবোৰ শুদ্ধ নে পৰীক্ষা কৰক। তাৰ পিছত নিৰ্দিষ্ট তাৰিখৰ আগতে ইয়াক উপৰিক্ত ইমেইল ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে।
উল্লেখ্য, বাউন্স কোম্পানীত ইয়াৰ উপৰি Operation Executive, Engineer, Maintenance Engineer, Quality Manager, Manager -SEO, Supplier Quality Engineer আদি পদতো নিযুক্তিৰ বাবে প্ৰার্থীৰ পৰা আবেদন বিচাৰিছে। সেইসমূহ হ'ল-
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : Operations
ডেজিগনেচন: Engineer
স্থান: বাংগালুৰু
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা :বি.ই. [ই.চি., মেকাট্ৰনিক্স, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স, কেমিকেল]
অভিজ্ঞতা : ২-৩ বছৰ
কোম্পানী : বাউন্স
ডেজিগনেচন: Operation Executive
স্থান: বাংগালুৰু
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা : যিকোনো বিষয়ত স্নাতক ডিগ্ৰী
অভিজ্ঞতা : ২-৫ বছৰ
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : Maintenance
ডেজিগনেচন: Maintenance Engineer
স্থান: ভিৱাড়ি (ৰাজস্থান)
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা :বৈদ্যুতিক বা মেকাট্ৰনিক্স অভিযান্ত্ৰিকত বি-টেক/ডিপ্লোমা
অভিজ্ঞতা : ১-৩ বছৰ
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : Quality
ডেজিগনেচন:Manager Quality
স্থান: ভিৱাড়ি (ৰাজস্থান)
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
অৰ্হতা : QMS audit files, EMS, OHSASৰ অভিজ্ঞতাৰ লগতে
7QC tools, SPC, PPAP, PFMEAত দক্ষতা।
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : : Marketing
ডেজিগনেচন: Manager -SEO
স্থান: বাংগালুৰু
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা : যিকোনো বিষয়ৰ স্নাতক
অভিজ্ঞতা : ৩ বছৰ বা ওপৰত
কোম্পানী : বাউন্স
ডিপাৰ্টমেণ্ট : Sourcing & Product Development
ডেজিগনেচন: Supplier Quality Engineer
স্থান: ভিৱাড়ি (ৰাজস্থান)
দৰমহা: কোম্পানীৰ নিয়ম অনুসৰি
শিক্ষাগত অৰ্হতা : B.E / B.Tech
অভিজ্ঞতা : ৩-৫ বছৰ
এই সকলো পদবীৰ বাবে আবেদনৰ বাবে ইমেইল : careers@bounceshare.com
Published by: Gautam Barman
FIRST PUBLISHED : July 13, 2022, 14:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।