• Home
  • »
  • News
  • »
  • career
  • »
  • Ministry of Defence Recruitment 2021: নৌসেনাত বহু খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ, আজিয়ে কৰক আবেদন

Ministry of Defence Recruitment 2021: নৌসেনাত বহু খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ, আজিয়ে কৰক আবেদন

ই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে মিনিষ্টিৰ অব ডিফেন্সৰ অফিচিয়েল ৱেবছাইট  apprenticeshipindia.org লৈ গৈ জানিব পাৰিব।

ই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে মিনিষ্টিৰ অব ডিফেন্সৰ অফিচিয়েল ৱেবছাইট  apprenticeshipindia.org লৈ গৈ জানিব পাৰিব।

ই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে মিনিষ্টিৰ অব ডিফেন্সৰ অফিচিয়েল ৱেবছাইট  apprenticeshipindia.org লৈ গৈ জানিব পাৰিব।

  • Share this:
সম্প্ৰতি Ministry of Defenceৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি এপ্ৰেণ্টিচ (Apprentice) পদত নিয়োগৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে (Ministry of Defence Recruitment 2021)। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে মিনিষ্টিৰ অব ডিফেন্সৰ অফিচিয়েল ৱেবছাইট  apprenticeshipindia.org লৈ গৈ জানিব পাৰিব।



Ministry of Defence (Navy) Apprentice Recruitment 2021: আবেদনৰ তাৰিখ প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আ‍েদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ৫ ডিচেম্বৰ ২০২১লৈ আ‍বেদন পত্ৰ জমা দিব পাৰিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। অনলাইন আৰু অফলাইন দুয়োধৰণে আবেদন কৰিব পাৰিব।
Ministry of Defence (Navy) Apprentice Recruitment 2021: খালী পদৰ সংখ্যা মুঠ ২৭৫টা খালী পদ আছে বুলি জনোৱা হৈছে। প্ৰাৰ্থীসকলৰ নাভাল ডকইয়াৰ্ড এপ্ৰেণ্টিচ স্কুলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।
গুৰুত্বপূৰ্ণ তাৰিখ আবেদন পত্ৰ প্ৰেৰণৰ শেষ দিন ১৪.১২.২০২১, লিখিত পৰীক্ষাৰ দিন ২৭.০১.২০২২, ফলাফল প্ৰকাশৰ দিন ২৯.০১.২০২২, সাক্ষাৎকাৰৰ দিন ৩১ জানুৱাৰী, ১/২/৩ ফেব্ৰুৱাৰী ২০২২, মেডিকেল পৰীক্ষা ৭ৰ পৰা ১৫ ফেব্ৰুৱাৰী ২০২২।
নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য
প্ৰতিষ্ঠান : মিনিষ্ট্ৰি অব ডিফেন্স (Ministry of Defence)

খালী পদৰ সংখ্যা : ২৭৫টা

কামৰ স্থান : জনোৱা হোৱা নাই

কামৰ ধৰণ : ট্ৰেইনিং সংক্ৰান্তীয়

নিৰ্বাচন পদ্ধতি : লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ

আবেদন প্ৰক্ৰিয়া আৰম্ভ : বৰ্তমান চলি আছে

শিক্ষাগত অৰ্হতা : মেট্ৰিকুলেচনত ৫০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক। লগতে প্ৰাৰ্থীসকল ৬৫ নম্বৰসহ আইটিআই চাৰ্টিফিকেট থাকিব লাগিব।

বেতন : জনোৱা হোৱা নাই

আবেদন পদ্ধতি : অনলাইন আৰু অফলাইন

আবেদনৰ শেষ দিন : ০৫.১২.২০২১
শিক্ষাগত অৰ্হতা মেট্ৰিকুলেচনত ৫০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক। লগতে প্ৰাৰ্থীসকল ৬৫ নম্বৰসহ আইটিআই চাৰ্টিফিকেট থাকিব লাগিব।

বিস্তাৰিত নটিফিকেচন লিংক– https://www.indiannavy.nic.in/sites/default/files/Final%20-%20Advt_Enrollment%20of%20Apprentices%20in%20DAS_V_2022-23%20Batch.pdf

Published by:Sanjay Kumar Das
First published: