Ministry of Defence (Navy) Apprentice Recruitment 2021: আবেদনৰ তাৰিখ | প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ৫ ডিচেম্বৰ ২০২১লৈ আবেদন পত্ৰ জমা দিব পাৰিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। অনলাইন আৰু অফলাইন দুয়োধৰণে আবেদন কৰিব পাৰিব। |
Ministry of Defence (Navy) Apprentice Recruitment 2021: খালী পদৰ সংখ্যা | মুঠ ২৭৫টা খালী পদ আছে বুলি জনোৱা হৈছে। প্ৰাৰ্থীসকলৰ নাভাল ডকইয়াৰ্ড এপ্ৰেণ্টিচ স্কুলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। |
গুৰুত্বপূৰ্ণ তাৰিখ | আবেদন পত্ৰ প্ৰেৰণৰ শেষ দিন ১৪.১২.২০২১, লিখিত পৰীক্ষাৰ দিন ২৭.০১.২০২২, ফলাফল প্ৰকাশৰ দিন ২৯.০১.২০২২, সাক্ষাৎকাৰৰ দিন ৩১ জানুৱাৰী, ১/২/৩ ফেব্ৰুৱাৰী ২০২২, মেডিকেল পৰীক্ষা ৭ৰ পৰা ১৫ ফেব্ৰুৱাৰী ২০২২। |
নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য |
প্ৰতিষ্ঠান : মিনিষ্ট্ৰি অব ডিফেন্স (Ministry of Defence) খালী পদৰ সংখ্যা : ২৭৫টা কামৰ স্থান : জনোৱা হোৱা নাই কামৰ ধৰণ : ট্ৰেইনিং সংক্ৰান্তীয় নিৰ্বাচন পদ্ধতি : লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ : বৰ্তমান চলি আছে শিক্ষাগত অৰ্হতা : মেট্ৰিকুলেচনত ৫০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক। লগতে প্ৰাৰ্থীসকল ৬৫ নম্বৰসহ আইটিআই চাৰ্টিফিকেট থাকিব লাগিব। বেতন : জনোৱা হোৱা নাই আবেদন পদ্ধতি : অনলাইন আৰু অফলাইন আবেদনৰ শেষ দিন : ০৫.১২.২০২১ |
শিক্ষাগত অৰ্হতা | মেট্ৰিকুলেচনত ৫০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক। লগতে প্ৰাৰ্থীসকল ৬৫ নম্বৰসহ আইটিআই চাৰ্টিফিকেট থাকিব লাগিব। |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|