মে' পাৰ হৈ জুন মাহত সোমাল। পিছে মে' মাহত এনে কিছুমান ঘটনা ঘটিল যিবোৰ জানি লোৱাটো আমাৰ সকলোৰে বাবেই অতি গুৰুত্বপূৰ্ণ। মে' পাৰ হৈ জুন মাহত সোমাল। পিছে মে' মাহত এনে কিছুমান ঘটনা ঘটিল যিবোৰ জানি লোৱাটো আমাৰ সকলোৰে বাবেই অতি গুৰুত্বপূৰ্ণ। মে' পাৰ হৈ জুন মাহত সোমাল। পিছে মে' মাহত এনে কিছুমান ঘটনা ঘটিল যিবোৰ জানি লোৱাটো আমাৰ সকলোৰে বাবেই অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হম বুলি ভাবি থকা প্ৰাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ এই প্ৰতিবেদন।
নিযুক্তিঃ
Elisobeth Borneক ফ্ৰান্সৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
Dr Tedros Adhanomক পুনৰ বাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়।
Anthony Aibanese অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।
বিজয় শেখৰ শৰ্মাক পুনৰবাৰ Paytmৰ MD, CEO হিচাপে নিযুক্তি দিয়া হয়।
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দুগৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিয়া হৈছেঃ ন্যায়াধীশ সুধাংশু ধোলীয়া আৰু ন্যায়াধীশ জামচেদ বোৰ্জৰ পাৰ্ডিৱালা।
ৰাজীৱ কুমাৰক ভাৰতীয় নিৰ্বাচন আয়োগৰ Chief হিচাপে নিয়োগ কৰা হৈছে।
অন্যান্য গুৰুত্বপূৰ্ণ খবৰঃ
WHO DG'S GLOBAL HEALTH LEADERS AWARD-এইবাৰ ভাৰতৰ প্ৰায় ১ মিলিয়ন আশা কৰ্মীক প্ৰদান কৰা হৈছে।
World Food Prize 2022: লাভ কৰিছে Cynthia Rosenzweig-এ। এই বঁটাক খাদ্য আৰু কৃষিক্ষেত্ৰৰ নবেল প্ৰাইজ হিচাপে বিবেচনা কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজঃ লাভ কৰিছে- গীতাঞ্জলী শ্ৰী আৰু ডেইজী ৰকৱেলে। কিতাপখনৰ নাম- টম্ব অব চেণ্ড। যাৰ হিন্দী ভাৰ্চন হৈছে ৰেট সমাধি।
মংকীপক্সৰ বাবে বেলজিয়ামে কোৱাৰেণ্টিন বাধ্যতামূলক কৰিছে।
Quadrilateral security dialogue পুনৰ গঠন কৰা হয়। সদস্য ৰাষ্ট্ৰ হৈছে- আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষ। এইবাৰ মিটিঙ জাপানৰ টকিওত অনুষ্ঠিত কৰা হয়।
অভিলাশা বাৰাকে ভাৰতৰ প্ৰথমগৰাকী কমবেট এডভাইজৰ হিচাপে নিযুক্তি লাভ কৰিছে।
ISRO-এ দুটা নতুন মিছন আৰম্ভ কৰিছেঃ Twin Astronomy Mission আৰু Venus Mission।
ৰাজস্থানস্থিত Ramgarh Vishdhari Sanctuary দেশৰ ৫২ সংখ্যক টাইগাৰ ৰিজাৰ্ভ হিচাপে চিহ্নিত কৰা হৈছে।
শেহতীয়াকৈ NIT Tiruchirapalli-ত 'পৰম পাৰুল '-চুপাৰ কম্পিউটাৰ উদ্বোধন কৰা হয়।
National Achievement Survey: শিক্ষা বিভাগৰ এই অন্যতম মিছন। ই বিশ্বৰ আটাইতকৈ বৃহত্ চাৰ্ভে হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে দেশৰ সকলো বিদ্যালয়ৰ মান নিৰূপণ কৰা হব।
তুৰ্কীত অনুষ্ঠিত হয় IBA women's World Boxing Championships। প্ৰতিযোগিতাত ভাৰতৰ হৈ ৫২ কেজি শাখাত নিখট জাৰিণে সোণৰ পদক জয়লাভ কৰে।
ভাৰতে এইবাৰ থমাছ কাপ দখল কৰে। বেডমিণ্টন খেলৰ সৈতে জড়িত থমাছ কাপ। এইবাৰ থাইলেণ্ডত অনুষ্ঠিত হৈছিল। ভাৰতে ফাইনেলত ইণ্ডুনেছিয়াক পৰাস্ত কৰে।
IPL 2022-ত গুজৰাট টাইটানছে জয়লাভ কৰে।
ISSF Junior World Cup 2022- জাৰ্মানীত অনুষ্ঠিত হয়। ভাৰতে ৩৩টা মেডেল জয়লাভ কৰে।
Published by: Himangshu Bhuyan
First published: June 01, 2022, 15:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|