• Home
  • »
  • News
  • »
  • career
  • »
  • Government Jobs: শীঘ্ৰেই প্ৰকাশ পাব ৯ হাজাৰ পদৰ বিজ্ঞাপন ! অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত নিযুক্তিৰ প্ৰস্তুতি, লগতে নিযুক্তি পাব ৩ শতাধিক চিকিৎসকে...

Government Jobs: শীঘ্ৰেই প্ৰকাশ পাব ৯ হাজাৰ পদৰ বিজ্ঞাপন ! অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত নিযুক্তিৰ প্ৰস্তুতি, লগতে নিযুক্তি পাব ৩ শতাধিক চিকিৎসকে...

Government Jobs: ৰাজ্য চৰকাৰৰ ১০০ দিনত ১৯৪১ গৰাকীৰ স্বাস্থ্য খণ্ডত নিযুক্তি সম্পন্ন ! শীঘ্ৰেই প্ৰকাশ পাব ৯ হাজাৰ পদৰ বিজ্ঞাপন ! অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত নিযুক্তিৰ প্ৰস্তুতি, লগতে নিযুক্তি পাব ৩ শতাধিক চিকিৎসকে...

  • Share this:
অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত স্বাস্হ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ৷ স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰিলে ৭০ গৰাকী প্ৰাৰ্থীক নিয়োগ পত্ৰ ৷ ইয়াৰে চিকিৎসা মহাবিদ্যালয়ৰ ৩৯ টা পদ আৰু গুৱাহাটী চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৩১টা পদ ৷ সৰ্বমুঠ ৭০ টা পদত নিযুক্তি পত্ৰ বিতৰণ ৷

নিযুক্তি পত্ৰ বিতৰন কৰি স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তৰ দাবী ৰাজ্যত অচিৰেই আৰু ৩০০ চিকিৎসকৰ নিযুক্তি সম্ভৱ হব ৷ এয়াই নহয় ৰাজ্যৰ স্বাস্হ্য খণ্ডত প্ৰকাশ পাব আন এক বৃহৎ নিযুক্তি, যত প্ৰায় ৯ হাজাৰ পদত নিয়োগ কৰা হ'ব ৷ নতুন নিয়োগৰ বিজ্ঞাপন বিভাগে প্ৰকাশৰ বাবে প্ৰস্তুতি কৰিছে ৷ অৱশ্যে কোনবোৰ পদত এই নিয়োগ হ'ব সেয়া এতিয়াও প্ৰকাশ কৰা নাই ৷ স্বাস্হ্য মন্ত্ৰীগৰাকীৰ দাবী ৰাজ্য চৰকাৰৰ ১০০ দিনত বিভাগটোত মুঠ ১৯৪১ গৰাকী নিযুক্তি সম্ভৱ হৈছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি