• Home
  • »
  • News
  • »
  • career
  • »
  • Job Vacancy: স্নাতক উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ, আজিয়েই কৰক আবেদন

Job Vacancy: স্নাতক উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ, আজিয়েই কৰক আবেদন

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২১৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২১৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২১৷

  • Share this:
শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ! আয়কৰ বিভাগত খালী হৈছে ১৫৫টা পদ। আয়কৰ বিভাগৰ Deputy Commissioner of Income Tax (HQ)–এ এক নিয়োগ বিজ্ঞাপন
প্রকাশ কৰা অনুসৰি, Principal Chief Commissioner কার্যালয়ত খালী হৈছে পদসমূহ।

Inspector of Income Tax- খালী হৈছে ৮টা পদ। প্ৰাৰ্থীগৰাকী স্নাতক উত্তীৰ্ণ হোৱাৰ লগতে বয়স- ১৮–৩০ বছৰৰ ভিতৰত হ'ব লাগিব।

Tax Assistant- খালী হৈছে ৮৩টা পদ। স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে প্রতি ঘণ্টাত ৮ হাজাৰ শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮২,১০০
টকা৷ বয়স ১৮–২৭ বছৰ৷

Multi-Tasking Staff- প্রার্থী দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ বয়স ১৮–২৫ বছৰ৷


আবেদনৰ প্ৰক্ৰিয়া অনলাইন। www.incometaxmumbai.gov.in & www.incometaxmumbai.gov.in & https://www.incometaxmumbai.in লগ–ইন কৰিব পাৰিব৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ আগষ্ট, ২০২১৷
Published by:Himangshu Bhuyan
First published: