ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এখন ভাল কলেজ বা শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব বিচাৰে। এনে অৱস্থাত নিজৰ পছন্দৰ পাঠ্যক্ৰম লৈ শিক্ষা লাভ কৰিবলৈ আমাৰ ৰাজ্যখনৰ উপৰি আন ৰাজ্যতো ভাল শিক্ষানুষ্ঠান আছে। বিশেষকৈ ৰাজ্যৰ বাহিৰৰ ভাল শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে কোনখন শিক্ষানুষ্ঠান অধ্যয়নৰ বাবে নিৰ্বাচিত কৰিব তাকে লৈ কিছু সমস্যাতো পৰা দেখা যায়।
এইক্ষেত্ৰত ফলাফল আৰু শিক্ষাগত দিশৰ পৰা ভাল বুলি পৰিচিত বাংগালুৰু কেইখনমান শিক্ষানুষ্ঠানৰ নাম আগবঢ়োৱা হ'ল। কলা আৰু বিজ্ঞান শাখাত অধ্যয়নৰ বাবে বাছনি কৰিব পাৰে এনে শিক্ষানুষ্ঠান ( Arts and Science Educational Institute in Bengaluru)
Mount Carmel
Surana College
St Joseph's
Sheshadripuram college
Vijaya College, Jayanagar
NMKRV
KLE
Udaya College
Christ University
MES college
Govt PU college, 18th cross, Malleswaram