உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • CBSE Class 10 Result: CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, কেনেকৈ পাব Marksheet ?

    CBSE Class 10 Result: CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, কেনেকৈ পাব Marksheet ?

    এইবাৰ CBSEৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in, cbseresults.nic.in, digilocker.gov.inযোগে চাব পাৰিব নিজৰ ফলাফল।

    • Share this:
    কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে (CBSE) দশম শ্ৰেণীৰ ফলাফল কিছু সময় পূৰ্বে ঘোষণা কৰিছে।

    এইবাৰ CBSEৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ। ল'ৰাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ, ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.২৪ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in, cbseresults.nic.in, digilocker.gov.inযোগে চাব পাৰিব নিজৰ ফলাফল।

    ইয়াত Click কৰিলেই চাব পাৰিব ফলাফল...

    https://cbseresults.nic.in/
    Published by:Kokil Sarma
    First published: