কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে (CBSE) দশম শ্ৰেণীৰ ফলাফল কিছু সময় পূৰ্বে ঘোষণা কৰিছে।
এইবাৰ CBSEৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ। ল'ৰাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ, ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.২৪ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in, cbseresults.nic.in, digilocker.gov.inযোগে চাব পাৰিব নিজৰ ফলাফল।
ইয়াত Click কৰিলেই চাব পাৰিব ফলাফল...
https://cbseresults.nic.in/অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|