• Home
  • »
  • News
  • »
  • career
  • »
  • BSF Constable Recruitment 2022: BSFত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ, মুঠ খালী পদ ২৭৮৮টা, অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ

BSF Constable Recruitment 2022: BSFত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ, মুঠ খালী পদ ২৭৮৮টা, অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ

কনিষ্টবল (ট্ৰেডছমেন) (পুৰুষ আৰু মহিলা) পদত নিয়োগৰ বাবে আবেদন জমা দিবলৈ নিৰ্দেশ দিছে বিএছএফে (BSF Constable Recruitment 2022)।

কনিষ্টবল (ট্ৰেডছমেন) (পুৰুষ আৰু মহিলা) পদত নিয়োগৰ বাবে আবেদন জমা দিবলৈ নিৰ্দেশ দিছে বিএছএফে (BSF Constable Recruitment 2022)।

কনিষ্টবল (ট্ৰেডছমেন) (পুৰুষ আৰু মহিলা) পদত নিয়োগৰ বাবে আবেদন জমা দিবলৈ নিৰ্দেশ দিছে বিএছএফে (BSF Constable Recruitment 2022)।

  • Share this:
obব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ত চাকৰি কৰিবলৈ ইচ্ছুক নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। কনিষ্টবল (ট্ৰেডছমেন) (পুৰুষ আৰু মহিলা) পদত নিয়োগৰ বাবে আবেদন জমা দিবলৈ নিৰ্দেশ দিছে বিএছএফে (BSF Constable Recruitment 2022)। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে এই বদৰ বাবে আ‍েদন কৰিব বিচাৰিলে বিএছএফৰ অফিচিয়েল ৱেবছাইট bsf.gov.inলৈ গৈ আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম দিন ১ মাৰ্চ।

ইয়াৰ উপৰি প্ৰাৰ্থীসকলে https://rectt.bsf.gov.in/ লিংকত ক্লিক কৰি পোনে পোনে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

https://rectt.bsf.gov.in/static/bsf/pdf/Constable%20(Tradesman)%20BSF- এই লিংকৰ জৰিয়তে অফিচিয়েল বিজ্ঞপ্তি চাব পাৰিব। এই নিয়োগ প্ৰক্ৰিয়াৰ অধীনত মুঠ ২৭৮৮টা খালী পদ পূৰণ কৰা হ’ব।

BSF Constable Recruitment 2022 : কিছু গুৰুত্বপূৰ্ণ তাৰিখ

অনলাইনত আবেদন আৰম্ভৰ তাৰিখ – ১৫ জানুৱাৰী ২০২২

অনলাইনত আবেদন জমা দিয়াৰ শেষ তাৰিখ – ১ মাৰ্চ ২০২২

BSF Constable Recruitment 2022 : খালী পদৰ বিৱৰণ

মুঠ পদৰ সংখ্যা – ২৭৮৮টা



BSF Constable Recruitment 2022 : অৰ্হতা

প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লগতে ২ বছৰৰ অভিজ্ঞতাসহ ভোকেচনেল ইনষ্টিটিউটৰ পৰা আইটিআইত ১ বছৰৰ ডিপ্ল’মা থাকিব লাগিব।

BSF Constable Recruitment 2022 : বয়সৰ সীমা

প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগিব।

বেতন

প্ৰাৰ্থীসকলৰ বেতন ২১,৭০০–৬৯,১০০ টকা।
Published by:Sanjay Kumar Das
First published: