• Home
  • »
  • News
  • »
  • career
  • »
  • Assam Govt. Jobs: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি! জানক কোন পদৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন

Assam Govt. Jobs: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি! জানক কোন পদৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি!

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি!

নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অনলাইন আবেদন ১৮ নৱেম্বৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে আৰু অহা ৮ ডিচেম্বৰ হৈছে আবেদনৰ অন্তিম তাৰিখ।

  • Share this:
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত Assam State Rural Livelihoods Mission Society য়ে দীনদয়াল অন্তোদয়া যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM), দীনদয়াল উপাধ্যায়- গ্ৰামীণ কৌশল আঁচনি (DDU-GKY) আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য অৰ্থনৈতিক পৰিৱৰ্তন প্ৰকল্প (NRETP) ৰ অধীনত খালী হোৱা ৭৩৪ টা খালী পদৰ বাবে মুকলি কৰিছে নিয়োগ বিজ্ঞাপন।

খালী পদসমূহ হৈছে- Project Manager, Project Executive, Project Assistant, District Project Manager, District Functional Expert, Block Project Manage, District Accounts Manager, Chief Operating Officer, District MIS Manager, Block Coordinator, Block Accountant, Block MIS Executive and Young Professional

নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অনলাইন আবেদন ১৮ নৱেম্বৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে আৰু অহা ৮ ডিচেম্বৰ হৈছে আবেদনৰ অন্তিম তাৰিখ।

পদৰ বিপৰীতে যোগ্যতাসমূহ বিজ্ঞাপনত বিশদভাৱে জানিবলৈ ইয়াত ক্লিক কৰক
কেনেকৈ আবেদন কৰিব সেই বিষয়ে সহায়ক নিৰ্দেশনা জানিবলৈ ইয়াত ক্লিক কৰক
অনলাইন আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবচাইট চাবলৈ ইয়াত ক্লিক কৰক
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি