মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ UPSCত সফলতা...

অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ UPSCত সফলতা...

Kokil Sarma | News18-Assam
Updated:September 24, 2021, 10:31 PM IST
অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ UPSCত সফলতা...
Photo-Twitter

অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যাৰ সাফল্য। UPSC 2020 অসামৰিক সেৱা পৰীক্ষাৰ (Civil Services Main 2020 Result) চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে আৰু এই পৰীক্ষাত ৯৭ তম স্থান লাভ কৰিছে সিঙৰ কন্যা ঐশ্বৰ্যই।

  • News18 Assam
  • Last Updated: September 24, 2021, 10:31 PM IST
  • Share this:
অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যাৰ সাফল্য। UPSC 2020 অসামৰিক সেৱা পৰীক্ষাৰ (Civil Services Main 2020 Result) চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে আৰু এই পৰীক্ষাত ৯৭ তম স্থান লাভ কৰিছে সিঙৰ কন্যা ঐশ্বৰ্যই। টুইটাৰযোগে এই খবৰ ভাগ বতৰা কৰে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
Published by: Kokil Sarma
First published: September 24, 2021, 10:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি