অসম ৰাইফলছত ১৩৮০টা পদৰ বাবে আবেদনৰ অন্তিম দিন আজি। টেকনিকেল আৰু ট্ৰেডছমেন পদৰ বাবে অৰ্হতাসম্পন্ন আৰু যোগ্য প্ৰাৰ্থীৰ পৰা বিচৰা হৈছে আবেদন। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবচাইট
assamrifles.gov.inত গৈ আবেদন কৰিব পাৰিব।
অসম ৰাইফলছৰ টেকিনিকেল আৰু ট্ৰেডছমেন পদৰ ভৰ্তিৰ বাবে পুৰুষ–মহিলা প্ৰাৰ্থীৰ আবেদনৰ আধাৰত ১৩৮০টা পদৰ বাবে এনৰ’লমেণ্ট প্ৰক্ৰিয়া ১ ছেপ্টেম্বৰ ২০২২ৰ পৰা নিৰ্ধাৰণ কৰা হৈছে।
ট্ৰেডছমেন পদৰ বাবে অৰ্হতা, বয়সৰ সীমা, নিৰ্বাচন প্ৰক্ৰিয়া, পে’ স্কেল, ৰাজ্যিক পৰ্যায়ত নিযুক্তি সম্পৰ্কীয় তথ্য আৰু অন্যান্য তথ্যৰ বাবে নটিফিকেচন পঢ়ক আৰু আবেদন কৰক।
নটিফিকেচন চাওককেনেকৈ কৰিব আবেদন
১. অফিচিয়েল বেৱছাইট
assamrifles.gov.inলৈ যাওক
২. হোমপেজত “Online Form under JOIN ASSAM RIFLES”ত ক্লিক কৰক
৩. Post to apply নিৰ্বাচন কৰি সবিশেষ তথ্য দাখিল কৰক, মাচুল আদায় দিয়ক
৪. ফৰ্ম ছাবমিট কৰক আৰু প্ৰিণ্টআউট উলিয়াই লওক
পোনপটীয়াকৈ আবেদন কৰাৰ লিংক
অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে ভিজিট কৰক অফিচিয়েল বেৱছাইট –
ইয়াত ক্লিক কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|