• Home
  • »
  • News
  • »
  • career
  • »
  • Assam HS Results 2022: কলাত উত্তীৰ্ণৰ শীৰ্ষত ধেমাজি, বাণিজ্যৰ শীৰ্ষত মাজুলী আৰু বিজ্ঞানৰ শীৰ্ষত বাক্সা জিলা ...

Assam HS Results 2022: কলাত উত্তীৰ্ণৰ শীৰ্ষত ধেমাজি, বাণিজ্যৰ শীৰ্ষত মাজুলী আৰু বিজ্ঞানৰ শীৰ্ষত বাক্সা জিলা ...

Assam HS Results 2022: ঘোষণা কৰা হৈছে অসম উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই বৰ্ষৰ ফলাফলত কলা শাখাত ৯৪.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা। 

  • Share this:
ঘোষণা কৰা হৈছে অসম উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই বৰ্ষৰ ফলাফলত কলা শাখাত ৯৪.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে ধেমাজি জিলা।

বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে মাজুলী জিলা। জিলাখনে ১০০ শতাংশ উত্তীৰ্ণৰে চমক সৃষ্টি কৰিছে। জিলাখনৰ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকী উত্তীৰ্ণ হয়।

আনহাতে বিজ্ঞান শাখাত ৯৮.২৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত আছে বাক্সা জিলা।
Published by:Kokil Sarma
First published: