উচ্চতৰ মাধ্যমিকৰ বৃত্তিমুখী পৰীক্ষাত উত্তীৰ্ণ হৈছে ৯৭.৪১ শতাংশ। এই হাৰ ২০২০ চনৰ ৯১.৫৫ শতাংশৰ বিপৰীতে প্ৰায় ৬ শতাংশ বেছি।
এইবাৰ বৃত্তিমুখী শিক্ষাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১০৮১ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উত্তীৰ্ণ হৈছে ১০৫৩ গৰাকী। ইয়াৰ ভিতৰত ৬১৮ গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ, ৩৮১ গৰাকীয়ে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু ৫৪ গৰাকীয়ে লাভ কৰিছে তৃতীয় বিভাগ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|