মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»SEBA 10th Result 2021: গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৯১ শতাংশ, উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ২৩তম স্থানত কামৰূপ মহানগৰ জিলা...

SEBA 10th Result 2021: গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৯১ শতাংশ, উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ২৩তম স্থানত কামৰূপ মহানগৰ জিলা...

Kokil Sarma | News18-Assam
Updated:July 30, 2021, 11:44 AM IST
SEBA 10th Result 2021: গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৯১ শতাংশ, উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ২৩তম স্থানত কামৰূপ মহানগৰ জিলা...
SEBA 10th Result 2021: কামৰূপ মহানগৰ জিলাৰ ১৩,৬৯২ জন শিক্ষাৰ্থীৰ ভিতৰত ৪,১৪৯ জনে প্ৰথম বিভাগ, ৪,৯৫৩ জনে দ্বিতীয় বিভাগ আৰু ৩,৩৭০ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ১২,৪৭২ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়।

SEBA 10th Result 2021: কামৰূপ মহানগৰ জিলাৰ ১৩,৬৯২ জন শিক্ষাৰ্থীৰ ভিতৰত ৪,১৪৯ জনে প্ৰথম বিভাগ, ৪,৯৫৩ জনে দ্বিতীয় বিভাগ আৰু ৩,৩৭০ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ১২,৪৭২ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়।

  • Share this:
ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ২০২১ বৰ্ষৰ শৈক্ষিক মূল্যায়নৰ ফলাফল। এই ফলাফল অনুযায়ী গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ হৈছে ৯১.০৯ শতাংশ।

ইয়াতে চাওক আপোনাৰ পৰীক্ষাৰ Result


কামৰূপ মহানগৰ জিলাৰ ১৩,৬৯২ জন শিক্ষাৰ্থীৰ ভিতৰত ৪,১৪৯ জনে প্ৰথম বিভাগ, ৪,৯৫৩ জনে দ্বিতীয় বিভাগ আৰু ৩,৩৭০ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ১২,৪৭২ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
Published by: Kokil Sarma
First published: July 30, 2021, 11:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি