ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ২০২১ বৰ্ষৰ শৈক্ষিক মূল্যায়নৰ ফলাফল। এই ফলাফল অনুযায়ী গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ হৈছে ৯১.০৯ শতাংশ।
ইয়াতে চাওক আপোনাৰ পৰীক্ষাৰ Result
কামৰূপ মহানগৰ জিলাৰ ১৩,৬৯২ জন শিক্ষাৰ্থীৰ ভিতৰত ৪,১৪৯ জনে প্ৰথম বিভাগ, ৪,৯৫৩ জনে দ্বিতীয় বিভাগ আৰু ৩,৩৭০ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ১২,৪৭২ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|