Assam Board Class 10 Result 2021: এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী হৈছে ৪,২৬,৫৫৩ গৰাকী আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী। ১৪ টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল। আপুনি এইসমূহ Websiteত ফলাফল চাব পাৰিব।

আজি ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত(HSLC) আৰু হাই মাদ্ৰাছাৰ ফলাফল(result)। দিনৰ ১১ বজাত ঘোষণা কৰা হ’ব ফলাফল। Covidৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বিকল্প পদ্ধতিৰে মূল্যায়ন কৰিছে ছেবা(SEBA)ই।
এইবাৰ দশম শ্ৰেণী(Class 10)ৰ ৪,২৬,৫৫৩ গৰাকী আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব। ১৪ টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল। আপুনি এইসমূহ Websiteত ফলাফল চাব পাৰিব।
https://sebaonline.org
www.sebaresults.in
resultsassam.nic.in
www.results.shiksha
www.assam.shiksha
www.assamonline.in
www.indiaresults.com
www.NeCareer.com
exametc.com
www.schools9.com
assamjobalerts.com
assamresult.in
https://iresults.net
www.jagranjosh.comPublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|