OMG News : আজৱ খবৰ! এইগৰাকী মহিলাই অনলাইনত পাদি উপাৰ্জন কৰিছে লাখ লাখ টকা, এবাৰত লয় ১৩০০০ টকা
আজিকালি ছচিয়েল মিডিয়াত লুছ বটানিষ্ট (Lush Botanist) নামৰ এগৰাকী মহিলাৰ খুউব চৰ্চা হৈছে। এই মহিলাগৰাকীয়ে এক অতি অদ্ভুত কামৰ জৰিয়তে অনলাইনত লাখ লাখ টকা উপাৰ্জন কৰিছে । লুছে অনলাইনত বেয়া গোন্ধ (Fart) এৰি টকা ঘটিছে।

- News18 Assam
- Last Updated: August 27, 2021, 11:42 AM IST
লুছে নিজকে ইণ্টাৰনেটত 'পাদ'ৰ ৰাণী (Fart Queen) বুলি কয়। তেওঁ কৈছে কেনেকৈ তেওঁ কেমেৰাৰ সন্মুখত পাদি টকা উপাৰ্জন কৰে। লুছে চেনেল-4ৰ এখন তথ্যচিত্ৰত তেওঁৰ বৃত্তিৰ কথা উল্লেখ কৰিছিল। তেওঁ ইয়াকো কয় যে কেনেকৈ তেওঁ এই অদ্ভুত কামটো আৰম্ভ কৰিছিল। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি লুছে কয় যে এবাৰ তেওঁৰ এজন বন্ধুৱে তাইক অনলাইনত পাদিবলৈ কৈছিল আৰু সেই ভিডিঅ'টো মানুহে ইমানেই লাইক কৰিছিল যে এনে দাবীৰে কমেণ্ট বক্স ভৰি পৰিছিল। তাৰ পাছৰ পৰাই লুছে ইয়াক এক উপাৰ্জনৰ পথ ৰূপে বাছি লয়।
লাখ লাখ উপাৰ্জন কৰে কেৱল পাদি
বিশেষ আহাৰ
লুছে কয় যে অনলাইনত ইয়াৰ চাহিদা পূৰণ কৰিবলৈ তেওঁ নিজৰ আহাৰৰ বিশেষত্ব বজাই ৰাখিব লাগিব। তেওঁ বিশেষ খাদ্য খায় যাতে তাইৰ পেটত গেছ সৃষ্টি হয় আৰু বেছিকৈ পাদ ওলায়। অনলাইনত তেওঁৰ অনুৰাগীসকলে তেওঁক আচৰিতভাৱে পাদিবলৈ অনুৰোধ কৰে, যিটো পূৰণ কৰাৰ বিনিময়ত লুছে যথেষ্ট পৰিমাণৰ ধন আদায় কৰে।