• Home
  • »
  • News
  • »
  • business
  • »
  • Vivo-ৰ নতুন Series-T ফোনবোৰে শক্তিশালী আভ্যন্তৰীণ আৰু ডাইনেমিক জেট-ইঞ্জিন সদৃশ কেমেৰা ডিজাইনৰ দ্বাৰা প্ৰভাৱিত কৰে

Vivo-ৰ নতুন Series-T ফোনবোৰে শক্তিশালী আভ্যন্তৰীণ আৰু ডাইনেমিক জেট-ইঞ্জিন সদৃশ কেমেৰা ডিজাইনৰ দ্বাৰা প্ৰভাৱিত কৰে

ইয়াৰ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ 5G প্ৰচেছৰ, এক অবিশ্বাস্যভাৱে দ্ৰুত 66 ৱাট চাৰ্জাৰ, অতি আকৰ্ষণীয় এম'লেড ডিচপ্লে, মনোগ্ৰাহী স্পীকাৰ আৰু 64 MP AI ট্ৰিপল কেমেৰাৰ সৈতে vivo T1 প্ৰো 5G সঁচাকৈয়ে এক শক্তিশালী ফোন

ইয়াৰ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ 5G প্ৰচেছৰ, এক অবিশ্বাস্যভাৱে দ্ৰুত 66 ৱাট চাৰ্জাৰ, অতি আকৰ্ষণীয় এম'লেড ডিচপ্লে, মনোগ্ৰাহী স্পীকাৰ আৰু 64 MP AI ট্ৰিপল কেমেৰাৰ সৈতে vivo T1 প্ৰো 5G সঁচাকৈয়ে এক শক্তিশালী ফোন

ইয়াৰ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ 5G প্ৰচেছৰ, এক অবিশ্বাস্যভাৱে দ্ৰুত 66 ৱাট চাৰ্জাৰ, অতি আকৰ্ষণীয় এম'লেড ডিচপ্লে, মনোগ্ৰাহী স্পীকাৰ আৰু 64 MP AI ট্ৰিপল কেমেৰাৰ সৈতে vivo T1 প্ৰো 5G সঁচাকৈয়ে এক শক্তিশালী ফোন

  • Share this:
ইয়াৰ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ 5G প্ৰচেছৰ, এক অবিশ্বাস্যভাৱে দ্ৰুত 66 ৱাট চাৰ্জাৰ, অতি আকৰ্ষণীয় এম'লেড ডিচপ্লে, মনোগ্ৰাহী স্পীকাৰ আৰু 64 MP AI ট্ৰিপল কেমেৰাৰ সৈতে vivo T1 প্ৰো 5G সঁচাকৈয়ে এক শক্তিশালী ফোন।

পিছফালৰ পেনেলত গ্লিটাৰ AG টেক্সচাৰৰ ডিজাইনৰ সৈতে, পিছফালৰ কেমেৰাৰ অংশ যাক জেট ইঞ্জিনৰ ইনটেকৰ দৰে আকৃতি দিয়া হৈছে আৰু ফোনটোক প্ৰিমিয়াম অনুভৱ দিয়াৰ বাবে ডিজাইন কৰা এক অতি-শক্তিশালী নেন'-'টিং আৰু এই আটাইবোৰলৈ লক্ষ্য কৰিলে আপুনি গম পাব যে আপুনি সঁচাকৈয়ে এটা অতি বিশেষ স্মাৰ্টফোন চাই আছে।

T1 প্ৰোৰ পৰিপূৰক হৈছে ইয়াৰ সহোদৰ T1 44W. এইটো গুণগত মানদণ্ড আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়া এক অধিক ব্যয়সাধ্য বিকল্প আৰু নামটোৱে কোৱাৰ দৰে এই ফোনটো 44W ফ্লেছ চাৰ্জ ইউনিটৰ সৈতে আহে। ডিজাইনটো সৰল কিন্তু একেবাৰে সুন্দৰ আৰু ব্যৱহাৰ কৰিবলৈ আৰামদায়ক।

খাপ খাব পৰা শক্তি

T1 প্ৰোটো কোৱালকমৰ শক্তিশালী Snapdragon 778G SOC-ৰ দ্বাৰা চালিত যিটো 2.4 GHz ক্লক স্পিডৰ সৈতে 6 nm নিৰ্মাণ প্ৰক্ৰিয়াত নিৰ্মিত এক অক্টা-ক'ৰ প্লেটফৰ্ম। ইয়াত X53 5G মডেম, হেক্সাগন 770-ৰ ৰূপত এক শক্তিশালী AI চিপ আৰু এটা গেমিং অনুকূলিত GPU আছে। এই চিপটো সমৰ্থন কৰিবলৈ আছে 8 GB লৈকে RAM আৰু 128 GB-ৰ উচ্চ-গতিৰ ষ্ট'ৰেজ।

T1 44W-টো এটা অতি সক্ষম Snapdragon 680 - আন এটা 6nm প্ৰচেছৰৰ দ্বাৰা চালিত আৰু ইয়াক 8 GB RAM আৰু 128 GB ষ্ট'ৰেজৰ সৈতে যোৰ কৰা হৈছে।

সম্প্ৰসাৰিত RAM 2.0-য়ে দুয়োটা ফোনক সেই আভ্যন্তৰীণ ষ্ট'ৰেজৰ পৰা অতিৰিক্ত 4 GB মেম'ৰী ধাৰ ল'বলৈ সুবিধা কৰি দিয়ে আৰু ইয়াৰ লগতে ইয়াক মাইক্ৰ' SD কাৰ্ডৰ জৰিয়তে 1 TB-লৈ উন্নীত কৰিব পাৰি।

Vivo-ৰ মতে তেওঁলোকে T1 প্ৰোত এটা 'ফ্লেগশ্বিপ-লেভেল' 8-লেয়াৰৰ কুলিং চিষ্টেম ব্যৱহাৰ কৰিছে। ইয়াত 32,923 বৰ্গ মিলিমিটাৰৰ কাৰ্যকৰী শীতলকৰণ ক্ষেত্ৰৰ সৈতে 2,097 বৰ্গ মিলিমিটাৰৰ বাষ্প চেম্বাৰ আছে। ইয়াৰ ফলত গেমাৰসকলে সৰ্বাধিক সমৰ্থিত ছেটিংছতো ফোনটো ধীৰ বা লেহেম নোহোৱা অভিজ্ঞতা লাভ কৰিব। দৰাচলতে Vivo-ৱে গেমাৰসকলৰ উৎসাহিত কৰিবলৈ অধিক নিমজ্জিত আৰু প্ৰতিক্ৰিয়াশীল কম্পন প্ৰতিক্ৰিয়াৰ বাবে এক শক্তিশালী, ক্ৰমাংকিত Z-অক্ষৰ ৰৈখিক মটৰ ব্যৱহাৰ কৰি অতিৰিক্ত সুবিধা প্ৰদান কৰিছে।

T1 44W-SD680-য়ে ইয়াৰ পূৰ্বৱৰ্তী ফোনতকৈ 20% উচ্চতৰ চিংগল-ক'ৰ কৰ্মদক্ষতা আৰু 10% অধিক GPU-ৰ কৰ্মদক্ষতা আগবঢ়ায়, যিটোৱে এটা অতি সুন্দৰ কৰ্মদক্ষতা বৃদ্ধিৰ সুবিধা প্ৰদান কৰে।

বেটাৰী লাইফৰ দুশ্চিন্তা? সেইটো কি বস্তু?

আকৰ্ষণীয়ভাৱে দুয়োটা ফোন শক্তিশালী ফ্লেছ চাৰ্জ ইউনিটৰ সৈতে আহে। T1 প্ৰো 66W ইউনিটৰ সৈতে আহে যি আপোনাৰ ফোনটো 18 মিনিটত 50% লৈকে লৈ যায় আৰু T1 44W এটা 44W ইউনিটৰ সৈতে আহে।

আগৰটোৱে অলপ সৰু 4,700 mAh-ৰ বেটাৰী আগবঢ়ায় আনহাতে পিছৰটোৱে 5,000 mAh-ৰ বেটাৰী আগবঢ়ায়।

সুৰক্ষা আৰু চাৰ্জিং গতি নিশ্চিত কৰিবলৈ উদ্যোগৰ শীৰ্ষস্থানৰ চাৰ্জিং পাম্প আৰু FFC প্ৰযুক্তিৰ জৰিয়তে সেই শক্তি সতৰ্কতাৰে বেটাৰীত পাম্প কৰা হয়।

এটা অডিঅ'-ভিজুৱেল ট্ৰিট

T1 প্ৰো 5G-0.9 cc ধ্বনি গহ্বৰত এটা ডাঙৰ স্পীকাৰ থাকে যাৰ ফলত বাছ বৃদ্ধি হআৰু সামগ্ৰিক খুঁটি-নাটি ফুটি উঠে। স্মাৰ্ট পাৱাৰ এম্প্লিফায়াৰে বুদ্ধিমত্তাৰে শক্তি পৰিচালনা কৰে আৰু 71 dB স্বৰ ড্ৰাইভাৰবোৰৰ বাহিৰলৈ উলিয়াই দিব পাৰে। ফোনটোৱে তাঁৰযুক্ত আৰু ৱায়াৰলেচ প্লেবেক দুয়োটাৰ বাবে হাই-ৰিজলুচন অডিঅ' প্ৰমাণপত্ৰও লাভ কৰে।

T1 44W-য়ে একে হাই-ৰিজলুচন অডিঅ' প্ৰমাণপত্ৰ লাভ কৰিছে আৰু অডিঅ' চুপাৰ ৰিজলুচন সমৰ্থন কৰে।

দুয়োটা ফোনতে প্ৰায় অসীম কণ্ট্ৰাষ্ট অনুপাত আৰু ৰেজৰৰ দৰে চোকা 400+ PPI-ৰ সৈতে ধুনীয়া FHD+ এম'লেড ডিচপ্লে সংযোজিত আছে। T T1 প্ৰোত অৱশ্যে এক বৰ্ধিত HDR অভিজ্ঞতাৰ বাবে 90 Hz ৰিফ্ৰেছ ৰেট আৰু 1,300 nits ৰ সৰ্বোচ্চ উজ্জ্বলতা আছে। ফটো আৰু ভিডিঅ'বোৰ সমৃদ্ধ আৰু ৰঙীন দেখাটো নিশ্চিত কৰিবলৈ দুয়োটা ফোনে বহল DCI-P3 সমৰ্থন কৰে।

এজন পেছাদাৰীৰ দৰে ভ্লগ কৰক

ইতিমধ্যে আকৰ্ষণীয় বৈশিষ্ট্যবোৰৰ এই সমষ্টিটোক সম্পূৰ্ণ বা পূৰ্ণতা প্ৰদান কৰা বস্তুটো হৈছে ইয়াৰ কেমেৰাসমূহ। T1 প্ৰোত এটা AI ট্ৰিপল কেমেৰাৰ ব্যৱস্থা আছে য'64 MP F1.79 ইউনিট আছে যিয়ে এক অসাধাৰণ পৰিমাণৰ পোহৰ ধৰি ৰাখে আৰু অধিক প্ৰাকৃতিক ব'কেহ প্ৰদান কৰে।

ইয়াক 8 MP 117° আলট্ৰা-ৱাইড এংগল কেমেৰা আৰু 4 cm-ৰ ওচৰলৈকে ফ’কাচ কৰিব পৰা মেক্ৰ' কেমেৰাৰ সৈতে যোৰা কৰা হৈছে।

তাতকৈয়ো ভাল কথা হৈছে কেমেৰাটোৱে পিছফালৰ কেমেৰাৰ জৰিয়তে 4K ভিডিঅ' ধৰি ৰাখিব পাৰে আৰু একে সময়তে পিক্‌চাৰ-ইন-পিক্‌চাৰ ভিডিঅ' ইফেক্টৰ বাবে সন্মুখৰ কেমেৰাৰে আপোনাৰ আচৰণবোৰো ধৰি ৰাখিব পাৰে। 

T1 44W-য়ে 2 MP 'কেহ কেমেৰা আৰু 2 MP মেক্ৰ' কেমেৰাৰ সৈতে 50 MP-ৰ মুখ্য কেমেৰা আগবঢ়ায়। সন্মুখত এটা 16 MP কেমেৰাই ভাল গুণ-সম্পন্ন চেলফি তুলে আৰু AI এলগৰিদমৰ সৈতে 'আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য উন্নত কৰে'

আপুনি স্থিৰ HD ভিডিঅ' ৰেকৰ্ডিং আৰু ষ্টিল ফটোৰ বাবে ডাবল এক্সপ'জাৰ মোড প্ৰাপ্ত কৰে যি সন্মুখ আৰু পিছফালৰ কেমেৰাৰে তোলা ছবিসমূহ একত্ৰিত কৰে!

AI-ৰ একাধিক সুবিধা যেনে ডিন'ইজিং আৰু মাল্টি-ফ্ৰেম মাৰ্জিঙ কৰাৰ বাবে চুপাৰ নাইট মোড, চিটি নাইট ফিল্টাৰ, আৰু আন বহুতো সুবিধাই দুয়োটা ফোনতে আপোনাক যিকোনো পোহৰত উৎকৃষ্ট ফটো তুলিবলৈ সহায় কৰে।

স্পষ্টকৈ এই দুয়োটা ইহঁতৰ নিজৰ নিজৰ ক্ষেত্ৰত মনোগ্ৰাহী ফোন আৰু ইয়াত অসাধাৰণ কেমেৰা, শক্তিশালী আভ্যন্তৰীণ আৰু ব্যতিক্ৰমী ডিজাইন আছে।

Vivo T1 প্ৰো 5G-ৰ 7 মে'ৰ পুৱা 12 বজাত 23,999 টকাৰ পৰা আৰম্ভ হোৱা মূল্যত বিক্ৰী আৰম্ভ হৈছে। ইয়াৰ সহোদৰ T1 44W এদিন পিছত 8 মে'ৰ দুপৰীয়া 14,999 টকাৰ পৰা আৰম্ভ হোৱা মূল্যত বিক্ৰী আৰম্ভ হৈছে।

মন কৰিব যে ICICI, SBI, IDFC First Bank আৰু OneCard-ৰ ব্যৱহাৰকাৰীসকল ক্ৰমান্বয়ে T1 প্ৰো 5G আৰু T1 44W-ৰ ক্ৰয়ৰ ওপৰত 2,500 আৰু 1,500 টকালৈকে অতিৰিক্ত লাভালাভৰ বাবে যোগ্য হ'ব।

সামাজিক:

নতুন #vivoTseries ফোনবিলাক হৈছে শক্তিশালী আভ্যন্তৰীণসমূহৰ সৈতে এটা সুন্দৰ আৰু নিমজ পেকেজত উপলব্ধ। 44W আৰু 66W #FlashCharge ৰ সৈতে, এটা AG গ্লাছ ফিনিছ আৰু লগতে শক্তিশালী কেমেৰাসমূহৰ সৈতে এইবোৰ হ'ব কোনেও হৰুৱাব নোৱাৰা ফোন! #Partnered
First published:

শেহতীয়া বাতৰি