உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • State Bank of India Interest Rates : SBIয়ে বঢ়ালে Fixed Depositত সূতৰ হাৰ, ক'ত কিমান সূত জানি লওক

    State Bank of India Interest Rates : SBIয়ে বঢ়ালে Fixed Depositত সূতৰ হাৰ, ক'ত কিমান সূত জানি লওক

    State Bank of Indiaই শেহতীয়াকৈ ২ কোটিতকৈ অধিক টকাৰ ফিক্সড ডিপোজিটত সূতৰ হাৰ বৃদ্ধি কৰিছিল। নতুন সূতৰ হাৰ হৈছে ৭.৫৫ টকা।

    State Bank of Indiaই শেহতীয়াকৈ ২ কোটিতকৈ অধিক টকাৰ ফিক্সড ডিপোজিটত সূতৰ হাৰ বৃদ্ধি কৰিছিল। নতুন সূতৰ হাৰ হৈছে ৭.৫৫ টকা।

    State Bank of Indiaই শেহতীয়াকৈ ২ কোটিতকৈ অধিক টকাৰ ফিক্সড ডিপোজিটত সূতৰ হাৰ বৃদ্ধি কৰিছিল। নতুন সূতৰ হাৰ হৈছে ৭.৫৫ টকা।

    • Share this:
    State Bank of Indiaই শেহতীয়াকৈ ২ কোটিতকৈ অধিক টকাৰ ফিক্সড ডিপোজিটত সূতৰ হাৰ বৃদ্ধি কৰিছিল। নতুন সূতৰ হাৰ হৈছে ৭.৫৫ টকা। এই নতুন সূতৰ হাৰ চলিত সপ্তাহৰ পৰাই প্ৰযোজ্য হৈছে। ১৫ ডিচেম্বৰৰ পৰা পৰ্যোজ্য হৈছে এই নতুন সূতৰ হাৰ। সেই অনুসৰি

    ১৫ ডিচেম্বৰ ২০২১ৰ পৰা State Bank of Indiaত ২ কোটিৰ ওপৰৰ ফিক্সড ডিপোজিটৰ সূতৰ নিৰিখ এনেধৰণৰ-

    ৭ দিনৰ পৰা ৪৫ দিনলৈ ৩ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৫০ শতাংশ
    ৪৬ দিনৰ পৰা ১৭৯ দিনলৈ ৩ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৫০ শতাংশ
    ১৮০ দিনৰ পৰা ২১০ দিনলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
    ২১১ দিনৰ পৰা ১ বছৰৰ কম দিনলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
    ১ বছৰৰ পৰা ২ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
    ২ বছৰৰ পৰা ৩ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
    ৩ বছৰৰ পৰা ৫ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
    ৫ বছৰৰ পৰা ১০ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ

    ২ কোটিতকৈ কম ফিক্সড ডিপোজিটৰ বাবে ৮ জানুবাৰী ২০২১ত নিৰ্ধাৰিত কৰা SBIৰ সূতৰ নিৰিখ এনেধৰণৰ-

    ৭ দিনৰ পৰা ৪৫ দিনলৈ ২.৯০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৪০ শতাংশ
    ৪৬ দিনৰ পৰা ১৭৯ দিনলৈ ৩.৯০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৪০ শতাংশ
    ১৮০ দিনৰ পৰা ২১০ দিনলৈ ৪.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৯০ শতাংশ
    ২১১ দিনৰ পৰা ১ বছৰৰ কম দিনলৈ ৪.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৯০ শতাংশ
    ১ বছৰৰ পৰা ২ বছৰলৈ ৫ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৫০ শতাংশ
    ২ বছৰৰ পৰা ৩ বছৰলৈ ৫.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৬০ শতাংশ
    ৩ বছৰৰ পৰা ৫ বছৰলৈ ৫.৩০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৮০ শতাংশ
    ৫ বছৰৰ পৰা ১০ বছৰলৈ ৫.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৬.২০ শতাংশ

    এই নতুন সংশোধিত সূতৰ হাৰ নতুন জমাৰ লগতে মেচিউৰিটী জমাৰ নৱীকৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

    উল্লেখ্য যে ৮ ডিচেম্বৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (Reserve Bank of India)ৰ মুদ্ৰানীতি (monetary Policy) সম্পৰ্কীয় বৈঠকত সূতৰ হাৰ সলনিৰ সিদ্ধান্ত লোৱা হৈছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: