State Bank of Indiaই শেহতীয়াকৈ ২ কোটিতকৈ অধিক টকাৰ ফিক্সড ডিপোজিটত সূতৰ হাৰ বৃদ্ধি কৰিছিল। নতুন সূতৰ হাৰ হৈছে ৭.৫৫ টকা। এই নতুন সূতৰ হাৰ চলিত সপ্তাহৰ পৰাই প্ৰযোজ্য হৈছে। ১৫ ডিচেম্বৰৰ পৰা পৰ্যোজ্য হৈছে এই নতুন সূতৰ হাৰ। সেই অনুসৰি
১৫ ডিচেম্বৰ ২০২১ৰ পৰা State Bank of Indiaত ২ কোটিৰ ওপৰৰ ফিক্সড ডিপোজিটৰ সূতৰ নিৰিখ এনেধৰণৰ-৭ দিনৰ পৰা ৪৫ দিনলৈ ৩ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৫০ শতাংশ
৪৬ দিনৰ পৰা ১৭৯ দিনলৈ ৩ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৫০ শতাংশ
১৮০ দিনৰ পৰা ২১০ দিনলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
২১১ দিনৰ পৰা ১ বছৰৰ কম দিনলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
১ বছৰৰ পৰা ২ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
২ বছৰৰ পৰা ৩ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
৩ বছৰৰ পৰা ৫ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
৫ বছৰৰ পৰা ১০ বছৰলৈ ৩.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৬০ শতাংশ
২ কোটিতকৈ কম ফিক্সড ডিপোজিটৰ বাবে ৮ জানুবাৰী ২০২১ত নিৰ্ধাৰিত কৰা SBIৰ সূতৰ নিৰিখ এনেধৰণৰ-৭ দিনৰ পৰা ৪৫ দিনলৈ ২.৯০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৩.৪০ শতাংশ
৪৬ দিনৰ পৰা ১৭৯ দিনলৈ ৩.৯০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৪০ শতাংশ
১৮০ দিনৰ পৰা ২১০ দিনলৈ ৪.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৯০ শতাংশ
২১১ দিনৰ পৰা ১ বছৰৰ কম দিনলৈ ৪.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৪.৯০ শতাংশ
১ বছৰৰ পৰা ২ বছৰলৈ ৫ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৫০ শতাংশ
২ বছৰৰ পৰা ৩ বছৰলৈ ৫.১০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৬০ শতাংশ
৩ বছৰৰ পৰা ৫ বছৰলৈ ৫.৩০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৫.৮০ শতাংশ
৫ বছৰৰ পৰা ১০ বছৰলৈ ৫.৪০ শতাংশ, জ্যেষ্ঠ নাগৰিকৰ বাবে ৬.২০ শতাংশ
এই নতুন সংশোধিত সূতৰ হাৰ নতুন জমাৰ লগতে মেচিউৰিটী জমাৰ নৱীকৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।
উল্লেখ্য যে ৮ ডিচেম্বৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (Reserve Bank of India)ৰ মুদ্ৰানীতি (monetary Policy) সম্পৰ্কীয় বৈঠকত সূতৰ হাৰ সলনিৰ সিদ্ধান্ত লোৱা হৈছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|