• Home
  • »
  • News
  • »
  • business
  • »
  • ভাৰতত চিকিৎসা পৰ্য্যটনৰ ত্বৰান্বিত বৃদ্ধি : হীল ইন ইণ্ডিয়া উদ্যোগে স্বাস্থ্যখণ্ডত এক বিশ্বস্তৰীয় নেতৃত্ব হিচাপে ভাৰতৰ স্থিতিক মজবুত কৰিছে

ভাৰতত চিকিৎসা পৰ্য্যটনৰ ত্বৰান্বিত বৃদ্ধি : হীল ইন ইণ্ডিয়া উদ্যোগে স্বাস্থ্যখণ্ডত এক বিশ্বস্তৰীয় নেতৃত্ব হিচাপে ভাৰতৰ স্থিতিক মজবুত কৰিছে

 ভাৰতে কেনেদৰে ‘হীল ইন ইণ্ডিয়া’ উদ্যোগৰ জৰিয়তে চিকিৎসা প্ৰমূল্যবোধৰ পৰ্য্যটনৰ জগতখনক গঢ় দিছে তাৰ ব্যাখ্যা আগবঢ়োৱা হৈছে।

ভাৰতে কেনেদৰে ‘হীল ইন ইণ্ডিয়া’ উদ্যোগৰ জৰিয়তে চিকিৎসা প্ৰমূল্যবোধৰ পৰ্য্যটনৰ জগতখনক গঢ় দিছে তাৰ ব্যাখ্যা আগবঢ়োৱা হৈছে।

ভাৰতে কেনেদৰে ‘হীল ইন ইণ্ডিয়া’ উদ্যোগৰ জৰিয়তে চিকিৎসা প্ৰমূল্যবোধৰ পৰ্য্যটনৰ জগতখনক গঢ় দিছে তাৰ ব্যাখ্যা আগবঢ়োৱা হৈছে।

  • Share this:
আজি ভাৰতৰ যিকোনো ককা-আইতাক স্বাস্থ্যসেৱাত হোৱা আমূল পৰিৱৰ্তনৰ বিষয়ে প্ৰশ্ন কৰক আপুনি তেওঁলোকৰ মুখ উজলি উঠা প্ৰত্যক্ষ কৰিব। এয়া বৰ বেছি পুৰণি কথা নহয় যেতিয়া ভাৰতীয়্সসকলে জটিল অষ্ট্ৰোপচাৰ বা পৰীক্ষামূলক চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগ বা স্বাস্থ্যজনিত পৰিস্থিতিৰ সম্নূখীন হ’লে পশ্চিমীয়া দেশলৈ ঢাপলি মেলিছিল।

আৰু এতিয়া সমগ্ৰ বিশ্বৰ পৰা লোকসকল চিকিৎসাৰ বাবে ভাৰতলৈ আহে। ভাৰতীয় স্বাস্থ্যসেৱা উদ্যোগটোৱে পশ্চিমীয়া দেশসমূহত গুণমানপূৰ্ণ চিকিৎসা ক্ৰমান্বয়ে কঠিন হৈ পৰাৰ সময়ত সমগ্ৰ বিশ্বজুৰি এক উচ্চ মানসম্পন্ন আৰু মিতব্যয়ী বিকল্প হিচাপে ইয়াৰ উপস্থিতি অনুভৱ কৰাইছে।

ভাৰতৰ স্বাস্থ্যসেৱা উদ্যোগটো চিকিৎসালয়, চিকিৎসা সংক্ৰান্তীয় ডিভাইচ, নিদানিক পৰীক্ষণ, আউটছ’ৰ্চিং, টেলিমেডিচিন চিকিৎসা পৰ্য্যটন, স্বাস্থ্য বীমা আৰু চিকিৎসা সৰঞ্জামেৰে গঠিত। জীৱনশৈলী সম্পৰ্কিত ৰোগৰ বৰ্ধিত পৰিঘটনা, ক্ৰয়সাধ্য স্বাস্থ্যসেৱা বিতৰণ ব্যৱস্থা বৰ্ধিত চাহিদা প্ৰযুক্তিগত অগ্ৰগতি, টেলিমেডিচিনৰ অভুত্থান, দ্ৰুতগতিত বৃদ্ধি পোৱা স্বাস্থ্য বীমা আৰু ই-হেল্থৰ (কৰত পোৱা লাভ আৰু পাৰিতোষিকসহ) দৰে চৰকাৰী উদ্যোগসমূহে ভাৰতৰ স্বাস্থ্যসেৱা বজাৰখনক চালিকাশক্তি প্ৰদান কৰিছে।

ভাৰতৰ স্বাস্থ্যসেৱা উদ্যোগৰ অৱলোকন

Indian Healthtech industry was valued at $1.9bnৰ বুলি মূল্য নিৰূপণ কৰা হৈছিল। ই ২০২৩ পৰ্য্যন্ত মাত্ৰ ৩ বছৰত ৫ বিলিয়ন আমেৰিকান ডালাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আমি একে ধৰণৰ প্ৰৱণতা ৰোগনিদানৰ বজাৰখনতো দেখা পাইছো যি ২০.৪% CAGR হাৰত CAGR of 20.4% to reach $32 bn in 2022লৈ বৃদ্ধি পাইছে। টেলিমেডিচিনে $5.4 Bn by 2025 আমেৰিকান ডলাৰ স্পৰ্শ কৰাৰ আশা কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিকল্পনাই পৰৱৰ্তী $200bn in the next 10 years তকৈও বেছি এক অতিৰিক্ত আৰ্থিক মূল্য উন্মূক্ত কৰিব বুলি আশা কৰা হৈছে।

যদি এই পৰিসংখ্যাবোৰ অবিশ্বাস্য যেন লগা নাই তেন্তে সামগ্ৰিকভাৱে ভাৰতৰ স্বাস্থ্যসেৱা উদ্যোগটোৱে projected to reach $372 bn by 2022 ভাৰত ইতিমধ্যেই বিশ্বাৰ বাবে ফাৰ্মাচী। আৰু এতিয়া Rs.86,200 crores for the Ministry of Healthৰ আৱণ্টনে ভাৰতৰ স্বাস্থ্যসেৱাৰ পৰিকাঠামোলৈ প্ৰত্যাশিত চিকিৎসা মুল্য ভ্ৰমণ (MVT)ৰ এই দূৰত্বখনি পূৰণ কৰিবলৈ প্ৰস্তুত কৰি তুলিছে।

এই মু্হুৰ্তত ২০২০-২১ ৰ চিকিৎসা পৰ্য্যটন সুচকাংক (MTI)ত India is ranked 10th । ইয়াক চালিকা শক্তি যোহাইছে পৰিকাঠামো আৰু মানৱ মূলধনৰ এক সংমিশ্ৰণে। ভাৰতে উচ্চ মানসম্পন্ন চিকিৎসা প্ৰশিক্ষণ আৰু ইংৰাজীত পাৰ্গত চিকিৎসক আৰু প্ৰাথমিক চিকিৎসা কৰ্মীৰ সৰ্ববৃহৎ সমষ্টি আগবঢ়ায়। ভাৰতত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক চিকিৎসা মহাবিদ্যালয় আছে আৰু 1mn skilled healthcare providers by 2022 বুলি আশা কৰা হৈছে। আৰু এতিয়া চিকিৎসালয় আৰু 1mn skilled healthcare providers by 2022 Hospitals & Healthcare Providers (NABH) অধীনত 1400 hospitals ক ওপৰোক্ত গোলকীয় মানদণ্ড অনুসাৰে সেৱা প্ৰদান কৰিবলৈ সাজু কৰা হৈছে।

ভাৰত চৰকাৰে বিশ্বক ‘অতিথি দেৱো ভৱ ’ৰ সৈতে ‘সেৱা’ক সংলগ্ন কৰি Heal in India লৈ বিশ্বক আমন্ত্ৰণ কৰি ভাৰতক চিকিৎসা আৰু সুস্থতা পৰ্য্যটনৰ পৃথিৱীৰ নেতৃস্থানীয় কেন্দ্ৰস্থল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৎসৰ্গিত কৰিছে । এই উদ্যোগসমূহৰ ভিতৰত MTV এনে এটা প’ৰ্টেল যিটোৱে চিকিৎসা ভ্ৰমণকাৰী্সকলক সৰ্বাত্মক সুবিধা প্ৰদান কৰি এক অনায়াস অভিজ্ঞতা সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে।
ৰোগী আৰু সেৱাপ্ৰদানকাৰীসকলে প্ৰক্ৰিয়া, নগৰ, চিকিৎসালয় আৰু আনকি নিৰ্দিষ্ট চিকিৎসকৰ ওপৰত ভিত্তি কৰি প্ৰদানকাৰী সন্ধান কৰিবলৈক সক্ষম হৈছে। তেওঁলোকে কেৱল এল’পেথী বা সংহত ঔষধেই নহয় পৰম্পৰাগত ভাৰতীয় ঔষধ প্ৰণালীৰ বাবেও অনলাইনযোগে স্পষ্ট মূল্যৰ পেকেজৰ প্ৰৱেশাধিকাৰ পাবলৈ সক্ষম হৈছে। তেওলোকে NABH ত তালিকাভূক্ত MVT সমন্বয়্কৰ জৰিয়তে তেওঁলোকৰ ভ্ৰমণৰ প্ৰৱন্ধ কৰিবলৈও সক্ষম হৈছে

বিদেশী নাগৰিকসকলে তিনিটা শ্ৰেণীৰ অধীনত ভাৰতলৈ চিকিৎসা মূল্য ভ্ৰমণ কৰিব পাৰেঃ
● চিকিৎসা: অষ্ট্ৰোপচাৰ, অংগ সংৰোপণ, সন্ধি প্ৰতিস্থাপন, কৰ্কট আৰু দীৰ্ঘস্থায়ী ৰোগৰ চিকিৎসা ইত্যাদি সমন্বিতে ৰোগ নিৰাময়মূলক উদ্দেশ্যৰ বাবে চিকিৎসাৰ বাবে।
● সুস্থতা আৰু পুনৰুজ্জীৱিতকৰণ: পুনৰুজ্জীৱিতকৰণ বা কছমেটিক ছাৰ্জাৰী, অৱসাদ অৱসান, স্পা ইত্যাদিৰ দৰে নন্দনতাত্বিক কাৰণৰ ওপৰত কেন্দ্ৰিত কাৰণসমূহৰ বাবে।
● পৰম্পৰাগ্পত ঔষধ: আয়ুস মন্ত্ৰালয়(আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানী, সিদ্ধা আৰু হোমিঅ’পেথী)ৰ অধীনত সাঙুৰী লোৱা ভাৰতৰ পৰম্পৰাগত ঔষধ ব্যৱস্থা।
কিহে ভাৰতলৈ চিকিৎসা মূল্য ভ্ৰমনক চালিকা শক্তি যোগায়?
আৰম্ভ কৰা সকলৰ বাবে, বিত্তীয় সঞ্চয় অপৰিসীম। ভাৰতে ~65-90% as compared to the USৰ সৈতে কম খৰচত বিশ্বমানৰ শুশ্ৰুষা আৰু চিকিৎসা প্ৰদান কৰি আছে, উচ্চ মানদণ্ড আৰু কম খৰচৰ সংমিশ্ৰণে ভাৰতক পশ্চিমীয়া লোকসকলৰ সকলৰ বাবে এক আকৰ্ষণীয় গন্তব্য স্থান কৰি তোলে যিসকলে তেওঁলোকৰ গৃহ দেশত একে প্ৰক্ৰিয়াৰ বাবে দীঘলীয়া সময়ৰ অপেক্ষা বা বুজন পৰিমাণৰ খৰচ কৰিব লগা হয়।

ভাৰতীয় চিকিৎসালয়সমূহে ৰবটিক অস্ত্ৰোপচাৰ, বিকিৰণ, ছাইবাৰনাইফ ষ্টেৰিঅ’টেকটিক বিকল্প, IMRT/IGRT, ট্ৰান্সপ্লাণ্ট ছাপ’ৰ্ট ছিষ্টেম আদিৰ শেহতীয়া উন্নতিৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে। ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা (AI), ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু সংহত চিকিৎসাৰ দৰে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি ৰোগীক শেহতীয়া আৰু উন্নত চিকিৎসাৰ বিকল্প প্ৰদান কৰা কিছুমান বিখ্যাত ছুপাৰ-স্পেচিয়েলিটি চিকিৎসাল আৰু চিকিৎসা সেৱাও আছে।

ভাৰত চিকিৎসাৰ বাবে এক আকৰ্ষণীয় গন্তব্য স্থান হোৱাৰ আন এটা কাৰণ হ'ল উপলব্ধ বিভিন্ন বিকল্প। ভাৰত হৈছে আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক ৰোগ, ইউনানী, সিদ্ধ আৰু হোমিঅ'পেথিৰ কেন্দ্ৰবিন্দু, এই সকলোবোৰ এতিয়া Ministry of AYUSHৰ অধীনলৈ অনা হৈছে, আৰু ৰোগীৰ নিৰন্তৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে নিয়ন্ত্ৰণ কৰা হৈছে। সামগ্ৰিক চিকিৎসা প্ৰদান কৰা যোগ আশ্ৰম, স্পা আৰু সুস্থতা কেন্দ্ৰবোৰেও সুস্থতা মনৰ চিকিৎসা পৰ্যটকক আকৰ্ষিত কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক অৱশ্যেই গুণগত মানদণ্ডৰ নিশ্চয়তা যি ৰোগী আৰু তেওঁলোকৰ যত্ন লওঁতাসকলক ভাৰতলৈ লৈ আহে। ভাৰতীয় ঔষধ প্ৰণালীকে ধৰি চিকিৎসা পৰ্যটনৰ প্ৰচাৰ আৰু উন্নতি সাধিত কৰা এক সমৰ্পিত আৰু বিস্তৃত প্ৰতিষ্ঠানগত পৰিকাঠামো প্ৰদান কৰাৰ বাবে পৰ্যটন মন্ত্ৰীৰ অধ্যক্ষতাত ভাৰতৰ ৰাষ্ট্ৰীয় চিকিৎসা আৰু সুস্থতা পৰ্যটন পৰিষদ গঠন কৰা হৈছে। আয়ুষ মন্ত্ৰালয় আৰু NABHৰ প্ৰতিনিধিত্বৰ সৈতে, চিকিৎসা পৰ্যটন পৰিচালনা আৰু প্ৰচাৰ কৰা একছত্ৰী সংগঠন হিচাপে পৰিষদখনে কাম কৰে।

ভাৰতৰ গুণমান আন্দোলন

ভাৰতে বিশেষকৈ ৰোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত গুণগত মানদণ্ডৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। ভাৰতীয় মানদণ্ড পৰিষদে (QCI) যোৱা 25 বছৰ ধৰি আমাৰ সামগ্ৰীৰ মানদণ্ড নিশ্চিত কৰি আৰু কেইবাটাও খণ্ডত সামগ্ৰী প্ৰমাণিত কৰি ভাৰতত মানদণ্ড আন্দোলন গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ সংসদত উত্থাপিত এক প্ৰশ্নৰ ফলস্বৰূপে, এপ্ৰিল 2005 চনত QCIৰ অধীনত NABH গঠন কৰা হৈছিল।

NABH-এ স্বাস্থ্য সেৱাসমূহত মানদণ্ড আৰু সুৰক্ষাৰ বিশ্বব্যাপী মানদণ্ড নিশ্চিত কৰাৰ বাবে এক প্ৰণালী বিকশিত কৰাৰ দৃষ্টিৰে যাত্ৰা আৰম্ভ কৰিছিল। NABH-এ ২০০৬ চনত ভাৰতত স্বাস্থ্যসেৱা সংগঠনসমূহক স্বীকৃতি দিয়া আৰম্ভ কৰিছিল আৰু ২০১০ চনত আন্তৰ্জাতিক স্বীকৃতিলৈ ইয়াৰ শাখা সম্প্ৰসাৰিত কৰিছিল। ই নাৰ্চিং উৎসৰ্কতাৰ কাৰ্যসূচী, পৰীক্ষাগাৰৰ প্ৰমাণপত্ৰ কাৰ্যসূচীৰ দৰে বহু ধৰণৰ মানদণ্ডৰ প্ৰচাৰৰ পদক্ষেপো গ্ৰহণ কৰে। ই শিক্ষা আৰু প্ৰশিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিভিন্ন স্বাস্থ্যসেৱা মানদণ্ডৰ পাঠ্যক্ৰম আৰু কৰ্মশালাৰ স্বীকৃতি আৰু অনুমোদন প্ৰদান কৰে।

NABH স্বীকৃতিয়ে সমগ্ৰ স্বাস্থ্যসেৱা পৰিসৰ সামৰি লয়: চিকিৎসালয়, ক্ষুদ্ৰ স্বাস্থ্যসেৱা সংগঠন, ব্লাড বেংক আৰু তেজ সংৰক্ষণ সুবিধা, চিকিৎসা ইমেজিং সেৱা, দন্ত স্বাস্থ্যসেৱা প্ৰদানকাৰী, এলোপেথিক ক্লিনিক, আয়ুষ চিকিৎসালয় আৰু পঞ্চকৰ্ম ক্লিনিক, চকু যত্ন সংগঠন, মৌখিক প্ৰতিস্থাপন চিকিৎসা কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰ, নিচাসক্তসকলৰ বাবে একত্ৰিত পুনৰ্সংস্থাপন কেন্দ্ৰৰ লগতে নিদানিক পৰীক্ষণ নৈতিক সমিতি।

এই স্বীকৃতিবোৰ স্বীকৃতি প্ৰাপ্ত কৰাৰ বাবে চিকিৎসা প্ৰদানকাৰীসকলক প্ৰয়োজন হ'ব পৰা কেইবাটাও প্ৰমাণপত্ৰ, শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা সমৰ্থিত। মানি চলিবলৈ মানদণ্ড সৃষ্টি কৰা, বিভিন্ন সম্পদ প্ৰদান কৰা, আৰু এই প্ৰদানকাৰীসকলক বিশেষজ্ঞ উপলব্ধ কৰাৰ মাজতে NABH-এ এক পৰিস্থিত তন্ত্ৰ সৃষ্টি কৰে যি ভাৰতৰ শুশ্ৰুষা অৰ্থনীতিৰ কেন্দ্ৰত মানদণ্ড, স্বচ্ছতা আৰু অখণ্ডতা বজাই ৰাখে।

QCI আৰু NABHৰ দৰে ইয়াৰ আনুষঙ্গিক পৰিষদৰ দ্বাৰা সক্ষম ভাৰতৰ গুণগত মানদণ্ড আন্দোলনে ভাৰতৰ চিকিৎসা পৰিস্থিতিতন্ত্ৰৰ বাবে যথাসম্ভৱ যোগাযোগ অব্যাহত ৰাখিছে। এই "গুণৱত্তা ছে আত্ম নিৰ্ভৰতা"ই আমাক আমাৰ নিজৰ সীমাৰ বাহিৰলৈ লৈ গৈছে। ভাৰতীয়সকলে ব্যয়বহুল চিকিৎসা প্ৰক্ৰিয়াৰ বাবে বিদেশ ভ্ৰমণ কৰাৰ প্ৰয়োজন পৰা দিনবোৰ এতিয়া অতীত। ইয়াৰ পৰিৱৰ্তে, ভাৰতে আজি হাজাৰ হাজাৰ ৰোগী আৰু তেওঁলোকৰ যত্ন লওঁতাসকলৰ বাবে আয়োজকৰ ভূমিকা পালন কৰে, যিসকলে কাইলৈ স্বাস্থ্যৱান হোৱাৰ দিশত তেওঁলোকৰ যাত্ৰাত মানদণ্ডৰ ভাৰতীয় প্ৰতিষ্ঠান, সেৱা প্ৰদানকাৰীৰ লগতে আনকি ব্যক্তিগত চিকিৎসক বিচাৰে।

QCI, আৰু ভাৰতৰ গুণৱত্তা ছে আত্মনিৰ্ভৰতা উদ্যোগ আৰু ই আমাৰ জীৱনত প্ৰভাৱ পেলোৱা অসংখ্য দিশবোৰত বিষয়ে অধিক জানিবলৈ, [URL] চাওক https://www.news18.com/qci/
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি