মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Petrol Price in Guwahati : গুৱাহাটীতো ১০০ টকা হ'ল পেট্ৰ'লৰ দাম, ডিজেল প্ৰতি লিটাৰত ৯২.২৭ টকা, ত্ৰাহি মধুসূদন সোঁৱৰিছে জনতাই

Petrol Price in Guwahati : গুৱাহাটীতো ১০০ টকা হ'ল পেট্ৰ'লৰ দাম, ডিজেল প্ৰতি লিটাৰত ৯২.২৭ টকা, ত্ৰাহি মধুসূদন সোঁৱৰিছে জনতাই

News18 Assam | News18-Assam
Updated:October 10, 2021, 11:02 AM IST
Petrol Price in Guwahati : গুৱাহাটীতো ১০০ টকা হ'ল পেট্ৰ'লৰ দাম, ডিজেল প্ৰতি লিটাৰত ৯২.২৭ টকা, ত্ৰাহি মধুসূদন সোঁৱৰিছে জনতাই
গুৱাহাটীত ১০০ টকা হ'ল পেট্ৰ'লৰ দাম

Petrol Price in Guwahati : গুৱাহাটীতো ১০০ টকা হ'ল পেট্ৰ'লৰ দাম, ডিজেল প্ৰতি লিটাৰত ৯২.২৭ টকা, ত্ৰাহি মধুসূদন সোঁৱৰিছে জনতাই

  • Share this:
দেশজুৰি পেট্ৰ'লৰ দাম (Petrol Price in Guwahati) প্ৰতি লিটাৰত  ১০০ টকা  অতিক্ৰম কৰাৰ পিছত গুৱাহাটীতো পেট্ৰ'লৰ দাম হ'লগৈ ১০০ টকা। আজি গুৱাহাটীত পেট্ৰ'লৰ দাম ১০০.০৭ টকাৰ পৰা ১০০.১১ টকা হৈছেগৈ।

আনহাতে আজি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৯২.২৭ টকা। শনিবাৰে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ'লতকৈ পানীৰহে দাম বেছি বুলি কোৱাৰ পিচ দিনাই পেট্ৰ'লৰ দামে চেঞ্চুৰী কোবালে।

বিশ্বনাথ, ধেমাজি, ধুবুৰী, দৰং, হোজাই, কৰমগঞ্জ,  লখিমপুৰ, নগাওঁ, শিৱসাগৰ, পশ্চিম কাৰ্বিআংলং আদি জিলাত পেট্ৰ'লৰ দাম ১০১  টকাৰ ওপৰত।  আনহাতে মাজুলী আৰু ডিমা হাছাওত পেট্ৰ'লৰ দাম ১০২ টকা অতিক্ৰম কৰিছে।
Published by: Manjumoni Borah
First published: October 10, 2021, 10:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি