உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Petrol-Diesel Price: দাম কমিব পেট্ৰ'ল-ডিজেলৰ। ৯.৫০ টকা কমিব পেট্ৰ'লত আৰু ৭ টকা ডিজেলত

    Petrol-Diesel Price: দাম কমিব পেট্ৰ'ল-ডিজেলৰ। ৯.৫০ টকা কমিব পেট্ৰ'লত আৰু ৭ টকা ডিজেলত

    Petrol-Diesel Price: কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লত আৱকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬টকা হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰে। 

    • Share this:
    দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰ'লত ৯.৫০ টকা দাম হ্ৰাস কৰিছে চৰকাৰে আৰু ৭ টকা দাম কমিছে ডিজেলত। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লত আৱকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬টকা হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে।

    বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰে।
    Published by:Manjumoni Borah
    First published: