দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰ’লত ৯.৫০ টকা দাম হ্ৰাস কৰিছে চৰকাৰে আৰু ৭ টকা দাম কমিছে ডিজেলত। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত আৱকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬টকা হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে।
7/12 We are reducing the Central excise duty on Petrol by ₹ 8 per litre and on Diesel by ₹ 6 per litre.
— Nirmala Sitharaman (@nsitharaman) May 21, 2022
This will reduce the price of petrol by ₹ 9.5 per litre and of Diesel by ₹ 7 per litre.
It will have revenue implication of around ₹ 1 lakh crore/year for the government.
বিজ্ঞাপন
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :