• Home
  • »
  • News
  • »
  • business
  • »
  • King Chilli: বিমানেৰে লণ্ডনলৈ NorthEastৰ ভোট জলকীয়া ! নাগালেণ্ডৰ পৰা গুৱাহাটী হৈ বিমানযোগে লণ্ডনলৈ উৰা মাৰিলে ভোট জলকীয়াই...

King Chilli: বিমানেৰে লণ্ডনলৈ NorthEastৰ ভোট জলকীয়া ! নাগালেণ্ডৰ পৰা গুৱাহাটী হৈ বিমানযোগে লণ্ডনলৈ উৰা মাৰিলে ভোট জলকীয়াই...

photo-PIB India

photo-PIB India

উত্তৰ-পূব অঞ্চলৰ পৰা ভৌগোলিক সামগ্ৰীৰ ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে ভোট জলকীয়াৰ ৰপ্তানি। প্ৰথমবাৰৰ বাবে বিমানেৰে গুৱাহাটী হৈ লণ্ডনলৈ ৰপ্তানি কৰা হ'ল ভোট জলকীয়া।

  • Share this:
উত্তৰ-পূব অঞ্চলৰ পৰা ভৌগোলিক সামগ্ৰীৰ ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে ভোট জলকীয়াৰ ৰপ্তানি। প্ৰথমবাৰৰ বাবে বিমানেৰে গুৱাহাটী হৈ লণ্ডনলৈ ৰপ্তানি কৰা হ'ল ভোট জলকীয়া। নাগালেণ্ডৰ পৰা ৰপ্তানি কৰা হৈছে এই ভোট জলকীয়া। PIB Indiaই এক টুইটযোগে জনায় এই কথা।

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই কথা টুইট কৰি কয় যে এয়া এক শুভ সংবাদ, আচলতে ভোট জলকীয়া খোৱা জনেহে জানে ই কিমান তীক্ষ্ণ !
Published by:Kokil Sarma
First published: