உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • JioPhone Next এতিয়া সকলো চহৰত ! উত্তৰ-পূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈ অধিক ৰিটেইল আউটলেটত উপলব্ধ ...

    JioPhone Next এতিয়া সকলো চহৰত ! উত্তৰ-পূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈ অধিক ৰিটেইল আউটলেটত উপলব্ধ ...

    জিঅ' ফোন নেক্সট (JioPhone Next), গুগল (Google) আৰু জিঅ'ৰ (Jio) দ্বাৰা যুটীয়াভাৱে বিকশিত সুলভ স্মাৰ্টফোন, সৰ্বাধিক উন্নত সুবিধাৰ সৈতে এতিয়া সকলো চহৰতে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈও অধিক ৰিটেইল আউটলেট মোবাইল দোকানত উপলব্ধ হৈছে।

    • Share this:
    JioPhone Next এতিয়া সকলো চহৰত আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈ অধিক ৰিটেইল আউটলেটত উপলব্ধ।

    গুগল আৰু জিঅ'ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত সৰ্বাধিক উন্নত সুবিধাৰ সৈতে সুলভ স্মাৰ্টফোনে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ বাবে ডিজিটেল অভিজ্ঞতা সমৃদ্ধ কৰে: জিঅ' ফোন নেক্সট (JioPhone Next), গুগল (Google) আৰু জিঅ'ৰ (Jio) দ্বাৰা যুটীয়াভাৱে বিকশিত সুলভ স্মাৰ্টফোন, সৰ্বাধিক উন্নত সুবিধাৰ সৈতে এতিয়া সকলো চহৰতে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈও অধিক ৰিটেইল আউটলেট মোবাইল দোকানত উপলব্ধ হৈছে। সমগ্ৰ অঞ্চলৰ সকলো জিঅ' ষ্ট'ৰ, জিঅ' পইণ্ট, ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ, আৰু জিঅ' কেন্দ্ৰত ই উপলব্ধ। এই বিস্তৃত উপলব্ধতাৰ সৈতে, নতুন স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে, বিশেষকৈ বাজেট ফিচাৰ ফোনৰ পৰা সুলভ স্মাৰ্টফোন শ্ৰেণীলৈ উন্নীত কৰিব বিচৰা লোকসকলে এতিয়া তেওঁলোকৰ দুৱাৰমুখত জিঅ' ফোন নেক্সটৰ সৈতে সৰ্বশ্ৰেষ্ঠ ডিজিটেল অভিজ্ঞতা লাভ কৰিব পাৰে।

    মুকলি হোৱাৰ পিছৰে পৰা, জিঅ' ফোন নেক্সটে হাজাৰ হাজাৰ ব্যৱহাৰকাৰীক পৰিৱৰ্তনশীল ডিজিটেল অভিজ্ঞতাৰে আনন্দিত কৰিছে, বিশেষকৈ ভিতৰুৱা অঞ্চলৰ লগতে নগৰ অঞ্চলৰ প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ বাবে। সকলো গুগল এপৰ পৰিৱেশ তন্ত্ৰ আৰু জিঅ'ৰ প্ৰিমিয়াম এপ্লিকেশ্বনৰ মিলিত শক্তিৰ সৈতে উচ্চ-স্তৰৰ স্মাৰ্টফোনৰ শেহতীয়া সুবিধাৰ সৈতে স্লিক স্মাৰ্টফোনটোৱে অতুলনীয় প্ৰদৰ্শন প্ৰদান কৰে, যাৰ ফলত ফিচাৰ ফোনৰ পৰা স্মাৰ্টফোন শাখালৈ উন্নীত হোৱা হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে এক বিশেষ প্ৰভাৱ সৃষ্টি হয়।

    ইয়াৰ শাখাত আটাইতকৈ সুলভ, জিঅ' ফোন নেক্সট কেৱল ৬,৪৯৯/- টকাৰ আগতীয়া মূল্যত উপলব্ধ। গ্ৰাহকসকলে কেৱল ১,৯৯৯/- টকা পৰিশোধ কৰি জিঅ' ফোন নেক্সট ক্ৰয় কৰিব পাৰে আৰু ১৮ বা ২৪ মাহৰ বাবে সহজ মাহিলী কিস্তিত (EMIs) বেক্ৰয় কৰিব পাৰে।
    Published by:Kokil Sarma
    First published: