உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Petrol-Diesel price today : এইখন চহৰত পেট্ৰ'লৰ দাম হ'লগৈ ১১৬.২৭ টকা আৰু ডিজেলৰ দাম ৯৪.৭৮ টকা, আপোনাৰ চহৰত কিমান দাম

    Petrol-Diesel price today : এইখন চহৰত পেট্ৰ'লৰ দাম হ'লগৈ ১১৬.২৭ টকা আৰু ডিজেলৰ দাম ৯৪.৭৮ টকা, আপোনাৰ চহৰত কিমান দাম

    Petrol-Diesel price today : গুৱাহাটীত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৫.২৬ টকা আৰু ডিজেল লিটাৰত ৮১.৮০ টকা। 

    Petrol-Diesel price today : গুৱাহাটীত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৫.২৬ টকা আৰু ডিজেল লিটাৰত ৮১.৮০ টকা। 

    Petrol-Diesel price today : গুৱাহাটীত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৫.২৬ টকা আৰু ডিজেল লিটাৰত ৮১.৮০ টকা। 

    • Share this:
    Petrol-Diesel price today : পেট্ৰ’ল–ডিজেলৰ দাম (Petrol diesel rate) একেৰাহে বাঢ়িছিল। ভাল খবৰটো হ'ল বিগত কিছুদিন পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় স্থিৰ হৈ আছে। তেল কোম্পানীয়ে (IOCL) আজি পেট্ৰ’ল–ডিজেলৰ নতুন ৰেট জাৰি কৰিছে।

    গুৱাহাটীত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৫.২৬ টকা আৰু ডিজেল লিটাৰত ৮১.৮০ টকা।

    আনহাতে আজি দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত (Petrol Price) ১০৩.৯৭ টকা হৈ আছে আনহাতে ডিজেল লিটাৰত ৮৬.৬৭ টকা হৈ আছে।

    >> দিল্লীত পেট্ৰ’ল লিটাৰত ১০৩.৯৭ টকা আৰু ডিজেল লিটাৰত ৮৬.৬৭ টকা।
    >> মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৯.৯৮ টকা আৰু ডিজেল লিটাৰত ৯৪.১৪ টকা।
    >> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা হৈ আছে।
    >> কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল লিটাৰত ৮৯.৭৯ টকা হৈ আছে ।
    >> গংগানগৰ চহৰত পেট্ৰ’ল ১১৬.২৭ টকা আৰু ডিজেল লিটাৰত ৯৪.৭৮ টকা হৈ আছে ।>>  পোৰ্টব্লেয়াৰত পেট্ৰ’ল ৮২.৯৬ টকা আৰু ডিজেল লিটাৰত ৭৭.১৩ টকা হৈ আছে ।

    উল্লেখ্য যে, প্ৰতি দিনে পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়।

    কেনেকৈ গম পাব দাম?

    পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check diesel petrol price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: