Alert: আপোনাৰ PFৰ ধনলৈ আহিব পাৰে সংকট ! EPFOএ ৬ কোটি একাউণ্ট ধাৰকলৈ জাৰি কৰিছে বিশেষ বাৰ্তা...

যদি আপুনিও PF একাউণ্ট ধাৰক, আপোনাৰ বাবে অত্যাৱশ্যকীয় খবৰ আছে। EPFO'য়ে ইয়াৰ ৬০ মিলিয়ন PF Account ধাৰকসকলক ব্যক্তিগত তথ্য আৰু যিকোনো ধৰণৰ এপ ডাউনলোড কৰাৰ বিষয়ে সতৰ্ক কৰি দিছে।