உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • LPG Price Hike: এপ্ৰিলৰ পৰা আপোনাৰ পাকঘৰত লাগিব জুই, দুগুণ বাঢ়িব পাৰে ৰন্ধন গেছৰ দাম।

    LPG Price Hike: এপ্ৰিলৰ পৰা আপোনাৰ পাকঘৰত লাগিব জুই, দুগুণ বাঢ়িব পাৰে ৰন্ধন গেছৰ দাম।

    LPG Price Hike: কোৰোণাৰ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ বিশ্বত এতিয়া সকলো দেশতে আৰ্তাক কাম-কাজ দ্ৰুত গতিত হ'ব ধৰিছে। যাৰ ফলত সকলোধৰণৰ ইন্ধনৰ চাহিদা বৃদ্ধি পাইছে। কিন্তু চাহিদা অনুযায়ী যোগান বৃ্দ্ধিৰ পৰ্যাপ্ত ব্যৱস্থা নকৰাত LPGৰ দাম বৃদ্ধি পাইছে। 

    • Share this:
    পেট্ৰ'ল আৰু ডিজেলৰ পিছত এতিয়া ৰন্ধন গেছেও সাধাৰণ লোকক মাধমাৰ শোধাবলৈ সাজু হৈছে। ইতিমধ্যে মূল্যবৃদ্ধিত জুৰুলা জনতাৰ বাবে আগন্তুক এপ্ৰিলৰ পৰা পাকঘৰতৰ বাজেটতো জুই লগাৰ সম্ভাৱনা আছে। সমগ্ৰ বিশ্বতে ৰন্ধন গেছৰ তীব্ৰ নাটনী দেখা দিছে। এপ্ৰিললৈ ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। তেতিয়া দেশত ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম (Domestic LPG Gas Prices) দুগুণ পৰ্যন্ত বাঢ়িব পাৰে

    কোৰোণাৰ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ বিশ্বত এতিয়া সকলো দেশতে আৰ্তাক কাম-কাজ দ্ৰুত গতিত হ'ব ধৰিছে। যাৰ ফলত সকলোধৰণৰ ইন্ধনৰ চাহিদা বৃদ্ধি পাইছে। কিন্তু চাহিদা অনুযায়ী যোগান বৃ্দ্ধিৰ পৰ্যাপ্ত ব্যৱস্থা নকৰাত LPGৰ দাম বৃদ্ধি পাইছে।

    এনে পৰিপ্ৰেক্ষিত্বত চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ দাম পুনৰ নিৰ্ধাৰণ কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে LPGৰ MMBTU প্ৰতি ইউনিটত ২.৯ ডলাৰৰ পৰা ৬-৭ ডলাৰলৈ বৃদ্ধি পাব বুলি জানিব পৰা গৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মতে গভীৰ সমুদ্ৰৰ পৰা আহৰণ কৰা  প্ৰাকৃতিক গেছৰ দাম ৬.১৩ ডলাৰৰ পৰা ১০ ডলাৰলৈ বৃদ্ধি পাব পাৰে।

    দেশত প্ৰতিবছৰে এপ্ৰিল আৰু অক্টোবৰত ঘৰুৱাভাৱে উৎপাদিত প্ৰাকৃতিক গেছৰ দাম নিৰ্ধাৰণ কৰা হয়।
    Published by:Manjumoni Borah
    First published: