E-Commerce প্লেটফৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ সপ্তাহৰ আয়োজন CAITৰ ! কেন্দ্ৰীয় বাণিজ্য আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰীলৈ নতুন আইন প্ৰৱৰ্তন কৰিবলৈ আৱেদন...

CAIT WILL MAKE A BIGGER FRONT AGAINST FOREUGN FUNDED E COMMERCE COMPANIES: চৰকাৰে যিমানেই আশ্বাস প্ৰদান নকৰক, সৰ্বভাৰতীয় ব্যৱসায়ী সন্মিলনে (Confederation of All India Traders) অপেক্ষা কৰিবলৈ অস্বীকাৰ কৰিলে, এইবাৰ তেওঁলোকে ই-কমাৰ্চ প্লেটফৰ্মৰ বিৰুদ্ধে এক প্ৰতিবাদ সপ্তাহৰ আয়োজন কৰিছে।

CAIT WILL MAKE A BIGGER FRONT AGAINST FOREUGN FUNDED E COMMERCE COMPANIES: গুজৰাট চৰকাৰৰ সৈতে আমাজন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটোৱে জুইত ইন্ধন যোগোৱা যেন লাগিছে। চৰকাৰে যিমানেই আশ্বাস প্ৰদান নকৰক, সৰ্বভাৰতীয় ব্যৱসায়ী সন্মিলনে (Confederation of All India Traders) অপেক্ষা কৰিবলৈ অস্বীকাৰ কৰিলে, এইবাৰ তেওঁলোকে ই-কমাৰ্চ প্লেটফৰ্মৰ বিৰুদ্ধে এক প্ৰতিবাদ সপ্তাহৰ আয়োজন কৰিছে।