মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Vivo V21 Neon Spark: আপোনাৰ গতানুগতিক জীৱনক ৰঙীণ কৰি তোলাৰ উপায় হৈছে সম্পূৰ্ণ নতুন vivo V21 Neon Spark...

Vivo V21 Neon Spark: আপোনাৰ গতানুগতিক জীৱনক ৰঙীণ কৰি তোলাৰ উপায় হৈছে সম্পূৰ্ণ নতুন vivo V21 Neon Spark...

সম্পূৰ্ণ নতুন vivo V21 Neon Sparkৰ সৈতে এই উছৱৰ বতৰত জিলিকি উঠক। নিয়ন স্পাৰ্ক– এক নতুন ৰং, যিটো ৰঙেৰে vivo V21 শোভিত হৈছে আৰু যিটো চালেই চকু থৰ লাগে।

সম্পূৰ্ণ নতুন vivo V21 Neon Sparkৰ সৈতে এই উছৱৰ বতৰত জিলিকি উঠক। নিয়ন স্পাৰ্ক– এক নতুন ৰং, যিটো ৰঙেৰে vivo V21 শোভিত হৈছে আৰু যিটো চালেই চকু থৰ লাগে।

সম্পূৰ্ণ নতুন vivo V21 Neon Sparkৰ সৈতে এই উছৱৰ বতৰত জিলিকি উঠক। নিয়ন স্পাৰ্ক– এক নতুন ৰং, যিটো ৰঙেৰে vivo V21 শোভিত হৈছে আৰু যিটো চালেই চকু থৰ লাগে।

  • Share this:
সম্পূৰ্ণ নতুন vivo V21 Neon Sparkৰ সৈতে এই উছৱৰ বতৰত জিলিকি উঠক



অধিকাংশ ৰঙেই দেখিবলৈ ভাল, জীৱনত ব্যৱহাৰ কৰিবলৈ সহজ, আৰু আপুনি দেখা পালেই প্ৰত্যাশিতভাৱে স্পষ্টকৈ চিনি পায়। এনে কিছুমান ৰঙো আছে যি আপোনাৰ সৈতে বাৰ্তালাপ কৰে, যি আপোনাৰ গভীৰতম স্থানত স্পৰ্শ কৰে, আৰু আপোনাক নিজৰ দলত সাঙুৰি লয়। এই ৰংবিলাকে অনুসৰণ কৰি চলা ৰেহ-ৰূপ অনুমান কৰিব নোৱাৰি, তাৰ পৰিৱৰ্তে, এইবিলাক নিশাৰ পৰা দিনলৈ সলনি হয়, পুনৰ উভতি যায়, যিবোৰে প্ৰতিদিনাই আপোনাৰ সলনি হৈ থকা মনোভাৱকে প্ৰতিফলিত কৰে। এনে এক ৰং হৈছে নিয়ন স্পাৰ্কএক নতুন ৰং, যিটো ৰঙেৰে vivo V21 শোভিত হৈছে, আৰু যিটো চালেই চকু থৰ লাগে।



স্মাৰ্টফোনৰ ক্ষেত্ৰত ৰঙৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ, কিয়নো আপুনি স্মাৰ্টফোন দিনটো জুৰি ব্যৱহাৰ কৰে আৰু তাৰ পৰা প্ৰতিফলিত অনুভূতিয়ে আপোনাৰ মুডকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। নতুন ৰং নিয়ন স্পাৰ্ক বাছনি কৰিলে ইয়াৰে আটাইকেইটা উদ্যমী, ৰোমাঞ্চকৰ আৰু জীৱন্ত অনুভূতি তথা গুণ আপোনাৰ দৈনন্দিন জীৱনতো প্ৰতিফলিত হোৱাটো এক নিশ্চিত কথা।

আপুনি হয়তো সুধিব পাৰে, সেইটো কাম আপুনি কিয়নো কৰিব? ইয়াৰ সপক্ষে অনেক কাৰণ আছে যদিও আপোনাক তাৰে শীৰ্ষ তিনিটা কাৰণ জনাব খুজিছোঁ:-

বিশুদ্ধ প্ৰকৃতিৰ আনন্দ লওক -



বলৈ গলে নিয়ন স্পাৰ্ক প্ৰকৃতিৰ পৰাই লৈ সজাই তোলা এক ৰং। আপুনি ইয়াক চাওঁতে আপোনাৰ মনটোৱে অনুভৱ কৰা শান্তি, সদভাৱ, আৰু শক্তি জগাই তুলিব পৰা তত্বখিনিৰ কথা চিন্তা কৰক। সেই ৰঙৰ কথা কল্পনা কৰক যিটো ডাঠ সেউজীয়া পাতৰ আৱৰণৰ মাজেৰে পাৰ হৈ অহা সূৰ্যৰ পোহৰৰ দৰে উজ্বল, কিন্তু একে সময়তে সুখদায়ী আৰু আকৰ্ষণীয়। কল্পনা কৰি চাওক যে আপুনি আমি বাস কৰা কংক্ৰিটৰ নগৰৰ মাজতেই প্ৰকৃতিলৈ উভতি যাবলৈ সক্ষম আৰু নিয়ন স্পাৰ্ক ৰংটোৱে আপোনাক সঁচাকৈয়ে সজাই তুলিছে

এগৰাকী ফেশ্বনেবল ব্যক্তি হওক -



নিয়ন স্পাৰ্ক ৰংটোৱে কেৱল প্ৰকৃতিকে উদভাসিত কৰি নোতোলে। এই সেউজীয়া-হালধীয়া ৰঙৰ সংমিশ্ৰণটো মালাইকা অৰোৰা, অথবা ৰণবীৰ সিঙৰ দৰে ফেশ্বন প্ৰিয় ব্যক্তিৰ মাজত খুবেই জনপ্ৰিয়। তেওঁলোক দুয়োকে শেহতীয়াকৈ নিয়ন গ্ৰীণ ৰঙী পোচাক পৰিধান কৰা দেখা গৈছিল। সেয়েহে, নিয়ন গ্ৰীণ যে 2021 ছীজনৰ ৰং বুলি একেষাৰে মানিব পাৰি। 

যদি আপোনাৰ অনুভূতিখিনি সতেজ, জীৱন্ত, অদম্য আৰু চকুত পৰা হয়, তেনেহ'লে নিয়ন গ্ৰীণ পোছাকৰ সৈতে ফ্লুৰচেণ্ট ৰঙৰ সমাহাৰে লকডাউনৰ পাছত আহিবলগীয়া দিনকেইটাত আপোনাৰ আলমাৰিত জোৱাৰ আনিবলৈ সাজু হৈছে। আপুনি সাধাৰণ লোকতকৈ ভিন্ন হ'বলৈ আৰু প্ৰকৃত অৰ্থত ফেশ্বনিষ্টা হ'বলৈ নিয়ন স্পাৰ্ক ৰঙৰ vivo V21 ৰ সৈতে ট্ৰেণ্ডৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে।

ডিভাইচৰ অতুলনীয় অভিজ্ঞতা

প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত প্ৰশান্ত ৰং আৰু ছীজনৰ ৰং দুয়োটা একত্ৰিত কৰিলে আন ফোনতকৈ অনেক গুণে উত্তম ৰূপৰ স্মাৰ্টফোন  vivo V21 ৰ সৈতে সোণত সুৱগা চৰিব। এইটো এনে এটা ডিভাইচ যি আপোনাক কেৱল ইয়াৰ অনবদ্য ৰূপেৰে জিলিকাই তোলাই নহয়, আপোনাৰ চিনাকি বন্ধুবৰ্গৰ মাজত আপোনাক এগৰাকী ট্ৰেণ্ডছেটাৰো কৰি তুলিব।

এইটো হৈছে আমি কল্পনা কৰিব পৰা, যিকোনো স্মাৰ্টফোনকে শোভিত কৰিব পৰা আটাইতকৈ আকৰ্ষণীয় ৰং। লাগিলে লাইম গ্ৰীণৰ সতেজতা আৰু শান্ত ৰূপেই হওক, অথবা নিয়ন ফ্লুৰচেঞ্চৰ জীৱন্ত আৰু উত্তেজক ৰূপেই হওক- আজিৰ যুৱ প্ৰজন্মৰ এক্টিভ ৱেৰ আৰু সৌন্দৰ্যৰ পোহাৰত নতুন বাট কাটিব পৰা নতুন vivo V21 Neon Spark হৈছে এনে এক ডিভাইচ, যাৰ কোনো তুলনাই নাই।

এনে এক ৰঙক আপোন কৰি লওক, যিটো ৰঙে ফেশ্বনৰ পৃষ্ঠাবোৰত পলাশৰ ৰং ফুলাইছে- এনে এবিধ ৰং, যিটো প্ৰকৃতিৰ সৈতে সংপৃক্ত। এই নিয়ন গ্ৰীণ ফোনটোৱে আপোনাৰ ফেশ্বন ষ্টেটমেণ্ট উন্নত কৰি তোলাৰ লগতে আপোনাৰ চেহেৰাকো গ্লেমাৰাইজ কৰি তুলিব। এয়া হৈছে vivo V21 Neon Spark--ৰ সৈতে আপুনি নিজকে উজলাই তোলাৰ সময়।

শেহতীয়া বাতৰি