অক্টোবৰ মাহত বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি এতিয়াই সাজু হ'ব লগিব যাতে সুকলমে আপোনাৰ কাম হয়। কাৰণ দেশত অক্টোবৰ মাহত বেংক বন্ধ থাকিব মুঠ ২১ দিন। অৱশ্যেই ইয়াত ৰাজ্য বিশেষৰ বন্ধসমূহো সাঙোৰ খাই আছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি সমগ্ৰ দেসত মুঠ ২১ দিন বেংক বন্ধ থাকিব অক্টোবৰ মাহত। ইয়াৰ ভিতৰত আছে ৫ দিন দেওবাৰ আৰু এদিন দ্বিতীয় শনিবাৰ আৰু এদিন চতুৰ্থ শনিবাৰ। ইয়াৰ উপৰি শাৰদীয় পূজাৰ লগতে ১৪ দিন বিভিন্ন বন্ধ আছে অক্টোবৰ মাহত। চাও আহক অক্টোবৰ মাহত কোনকেইটা দিনত বেংক বন্ধ থাকিব-
1) অক্টোবৰ ১ – বেংক একাউণ্টৰ ছয়মাহিলী ক্লোজিং (Gangtok)
2) অক্টোবৰ ২ – গান্ধী জয়ন্তী (All States)
3) অক্টোবৰ ৩ - দেওবাৰ
4) অক্টোবৰ 6 – মহালয়া (Agartala, Bengaluru, Kolkata)
5) অক্টোবৰ 7 - ৰাজ্যিক বন্ধ, মণিপুৰ (Mera Chaoren Houba of Lainingthou Sanamahi)
6) অক্টোবৰ 9 – দ্বিতীয় শনিবাৰ
7) অক্টোবৰ 10 - দেওবাৰ
8) অক্টোবৰ 12 – দুৰ্গা পূজা, সপ্তমী (Agartala, Kolkata)
9) অক্টোবৰ 13 – দুৰ্গা পূজা, অষ্টমী (Agartala, Bhubaneswar, Gangtok, Guwahati, Imphal, Kolkata, Patna, Ranchi)
10) অক্টোবৰ 14 - দুৰ্গা পূজা, নৱমী (Agartala, Bengaluru, Chennai, Gangtok, Guwahati, Kanpur, Kochi, Kolkata, Lucknow, Patna, Ranchi, Shillong, Srinagar, Thiruvananthapuram)
11) অক্টোবৰ 15 – দুৰ্গা পূজা, দশমী (Imphal and Shimlaক বাদ দি)
12) অক্টোবৰ 16 – দুৰ্গা পূজা, (দাশাই /Gangtok)
13) অক্টোবৰ 17 - দেওবাৰ
14) অক্টোবৰ 18 – কাতি বিহু (অসম)
15) অক্টোবৰ 19 – ঈদ-এ-মিলাদ (গুৱাহাটীত খোলা) (Id-E-Milad/Eid-e-Miladunnabi/Milad-i-Sherif) (Prophet Mohammad’s Birthday)/Baravafat / (Ahmedabad, Belapur, Bhopal, Chennai, Dehradun, Hyderabad, Imphal, Jammu, Kanpur, Kochi, Lucknow, Mumbai, Nagpur, New Delhi, Raipur, Ranchi, Srinagar, Thiruvananthapuram)
16) অক্টোবৰ 20 – লক্ষ্মী পূজা (Lakshmi Puja/Maharishi Valmiki’s Birthday//Id-E-Milad (Agartala, Bengaluru, Chandigarh, Kolkata, Shimla)
17) অক্টোবৰ 22 – ঈদ-এ-মিলাদৰ পিছৰ শুকুৰবাৰ (Friday following Eid-i-Milad-ul-Nabi) (Jammu, Srinagar)
18) অক্টোবৰ 23 – চতুৰ্থ শনিবাৰ
19) অক্টোবৰ 24 – দেওবাৰ
20) অক্টোবৰ 26 – প্ৰতিষ্ঠা দিৱস (Jammu, Srinagar)
21) অক্টোবৰ 31 - দেওবাৰ
যদিও সমগ্ৰ দেশত ২১ দিন বন্ধ আছে কিন্তু অসমত অক্টোবৰ মাহত ১৩ দিন বন্ধ থাকিব। অসমত বেংক বন্ধ থাকিব ২, ৩, ৯, ১০, ১৩, ১৪, ১৫, ১৭, ১৮, ২০, ২৩, ২৪ আৰু ৩১ অক্টোবৰত।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 25, 2021, 10:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।